গুৱাহাটী,১৬ ডিচেম্বৰ: শপত গ্ৰহণ কৰিও যেন আশংকামুক্ত হ'ব পৰা নাই প্ৰমোদ বড়ো বাহিনী। হাগ্ৰামা মহিলাৰীৰ ভুতে এতিয়াও খেদি ফুৰিছে প্ৰমোদ বড়ো আৰু ড৹ হিমন্তবিশ্ব শৰ্মাক । বিটিচি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনাৰে পৰা গুৱাহাটীৰ ছয়মাইলস্থিত হোটেল লিলিত আৱদ্ধ কৰি ৰখা হৈছে ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ নিৰ্বাচিত পাৰিষদবৰ্গক । প্ৰথমে এই সংখ্যা আছিল ২১ গৰাকী । কিন্তু ইতিমধ্যে কংগ্ৰেছৰ একমাত্ৰ নিৰ্বাচিত এম চি এল এ গৰাকীয়েও বিজেপিত যোগ দিয়াত সম্প্ৰতি হোটেলখনত বন্দী কৰি ৰখা এম চি এল এৰ সংখ্যা হৈছে ২২ গৰাকী ।
হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ - political news of BTC
হাগ্ৰামাৰ ভুতে স্পৰ্শ কৰিব নোৱাৰাকৈ হোটেল লিলিৰ বিলাসী কোঠাত আৱদ্ধ বিটিচিৰ ২২ গৰাকীকৈ নৱ নিৰ্বাচিত পাৰিষদ ৷