ETV Bharat / state

এহাল দম্পতীৰ দু:সাহসিক ক্ৰিয়া..বাইকেৰে ভ্ৰমণ ১৮ খনকৈ দেশ

চাৰি মাহত ১৮ খনকৈ দেশ । বিশ্ব ভ্ৰমণ কৰাৰ এক দুৰ্বাৰ হেঁপাহ পুনেৰ এগৰাকী অসমীয়া দম্পতীৰ । স্পেইনৰ পৰা তুৰ্কীলৈ দু:সাহসিক যাত্ৰা স্বামী-পত্নীৰ ।

বাইকেৰে ভ্ৰমণ ১৮ খনকৈ দেশ
author img

By

Published : Mar 12, 2019, 1:10 AM IST

গুৱাহাটী, ১১ মাৰ্চঃ পুনেত বাস কৰা অসমৰ মানৱ দেৱান আৰু ডাঃ অনুৰাধা ভোচলে দেৱানৰ আছে এক দুৰ্বাৰ হেঁপাহ । এই হেঁপাহ হৈছে বাইকেৰে বিশ্ব ভ্ৰমণ কৰা । ইতিমধ্যে চাৰি মাহত ভ্ৰমণ কৰিছে ১৮ খনকৈ দেশ । যোৱা বছৰৰ মে মাহৰ শেষৰ ফালে স্পেইনৰ পৰা দুয়োয়ে আৰম্ভ কৰিছিল নিজৰ দু:সাহসিক বাইক যাত্ৰা । বিভিন্ন বৰ্নিল অভিজ্ঞতাৰে ভৰা এই বাইক যাত্ৰাৰ অন্ত পৰিছিল ছেপ্টেম্বৰত এছিয়াৰ তুৰ্কী ইষ্টানবুল চহৰত । ২০ হাজাৰ কিলোমিটাৰ যাত্ৰাত দম্পতী হালে ভ্ৰমণ কৰিছে ফাঞ্চ, জাৰ্মানী, ইটালী, আদি বিভিন্ন দেশ ।

বাইকেৰে ভ্ৰমণ ১৮ খনকৈ দেশ

এই বাইক ভ্ৰমণৰ মূল উদ্দেশ্য আছিল বৈচিত্ৰময় ধৰিত্ৰীৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ মানুহৰ লগত সংযোগ স্থাপন কৰাৰ । গুৱাহাটীত উপস্থিত হৈ ১৮ খন দেশত কৰা বাইক যাত্ৰাৰ এক বৰ্ণনা দাঙি ধৰি সোমবাৰে " ডিয়েৰ জাৰ্ণি" নামৰ এখন গ্ৰন্থখনও প্ৰকাশ কৰে দম্পতী হালে ।

Intro:পুনেৰ নিবাসী অসমৰ এহাল দম্পতী ।নাম মানৱ দেৱান আৰু ডাঃ অনুৰাধা ভোচলে দেৱান ।যাৰ আছে বাইকেৰে বিশ্ব ভ্ৰমণ কৰাৰ এক দুৰ্বাৰ হেপাঁহ ।এই দম্পতী হালে চাৰি মাহত ভ্ৰমণ কৰিছে ১৮ খন ৰাষ্ট্ৰ ।যোৱা বছৰ মে শেষৰ ফালে স্পেইন ৰ পৰা আৰম্ভ কৰিছিল দু সাহসিক বাইক যাত্ৰা ।বিভিন্ন বৰ্নিল অভিজ্ঞতা ৰে ভৰা এই বাইক যাত্ৰা ছেপ্টেম্বৰ ত সমাপ্ত হৈছিল এছিয়াৰ তুৰ্কী ইষ্টানবুল চহৰত ।২০ হাজাৰ কিলোমিটাৰ যাত্ৰাত দম্পতী হালে ভ্ৰমণ কৰিছে ফাঞ্চ,জাৰ্মানী,ইটালী, আদি দেশ ।

বাইট

এই বাইক ভ্ৰমণৰ মূল উদেশ্য ই আছিল বৈচিত্ৰ ময় ধৰিত্ৰীৰ সৌন্দৰ্য উপভোগ কৰা আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ মানুহৰ লগত সংযোগ স্থাপন কৰা ।1১৮ খন দেশত কৰা বাইক যাত্ৰাৰ বৰ্ণনা দাঙি ধৰিছে ডিয়েৰ জাৰ্ণি নামৰ গ্ৰন্থ খনত ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.