ETV Bharat / state

তিতাবৰত বন্যহস্তীৰ তাণ্ডৱ - বন্য হস্তীৰ সন্ত্ৰাস

তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ভাঙি লণ্ড ভণ্ড কৰিলে তিনিজনকৈ লোকৰ ঘৰ ৷

তিতাবৰ বন্য হস্তীৰ তাণ্ডৱ
author img

By

Published : Sep 15, 2019, 6:01 PM IST

তিতাবৰ, 15 ছেপ্তেম্বৰঃ তিতাবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । গিবন অভয়াৰণ্য পৰা নিশা খাদ্যৰ সন্ধান ওলাই অহা 30-40 জনীয়া হাতীৰ জাক এটাই মণিকা বৰাইক ,বিজু বৰাইক আৰু বিকাশ বৰাইক এই তিনিজন লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে ৷ অঞ্চলটোত বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ কথা বাৰম্বাৰ বন বিভাগক অৱগত কৰাৰ পাছতো সময় মতে বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । উল্লেখ্য যে তিতাবৰৰ সমীপৱৰ্তী অঞ্চলত ক্ৰমাৎ বনহস্তীৰ বিচৰণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বেও হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হৈছিল ৷

Intro:তিতাবৰ পুনৰ বন্য হস্তীৰ সন্ত্ৰাস ।নিশা বন্য হস্তীয়ে ভাঙীলে বহুতো বাস গৃহ নিমাত বন বিভাগ নিমাত তিতাবৰ প্ৰশাসন ।নিশা মনিকা বৰাইক ,বিজু বৰাইক ,বিকাশ বৰাইক ,লোক কেইজনৰ ঘৰত ভাঙি লণ্ড ভণ্ড কৰিলে হাতীৰ জাকতোবে । গিবন অভয়াৰণ্য পৰা খাদ্যৰ সন্ধান উলাই আহিল প্ৰায় 30-40জনীয়া হাতীৰ জাক কিন্তু ৰাইজৰ অভিযোগ বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পাছত সময় মতে উপস্থিত নহল বন বিভাগৰ লোক ।Body:আজি কিছু দিনৰ আগত এজনী মহিলাক হাতীয়ে হত্যা কৰিছিল কিন্তু আজি ও ন্যায় নাপালে মহিলা গৰাকীয়ে Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.