ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গোলাঘাটৰ ৰোগীৰ ভিৰ

কেৱল শালমৰাতে নহয় গোলাঘাট উষা গৰঙা,আৰু বৰহোলাতো কেইবাজনো লোকৰ অৱস্থা সংকটজনক

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গোলাঘাটৰ ৰোগীৰ ভিৰ
author img

By

Published : Feb 22, 2019, 11:37 PM IST

যোৰহাট,২২ফেব্ৰুৱাৰীঃ বিষাক্ত সুৰা সেৱন কৰি গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ প্ৰায় অৰ্ধশতাধিক লোক চিকিৎসাধীন হৈ আছে । সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে৩৭ জনলৈ বৃদ্ধি পাইছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গোলাঘাটৰ ৰোগীৰ ভিৰ
কেৱল শালমৰাতে নহয় গোলাঘাট উষা গৰঙা,আৰু বৰহোলাতো কেইবাজনো লোকৰ অৱস্থা সংকটজনক। ইতিমধ্যে কেইবাজনো লোকক সংকটজনক অৱস্থাত গোলাঘাটৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ৪০ জন লোকক চিকিৎসা প্ৰদান কৰা হৈছে আৰু বৰ্তমান সকলো ৰোগী সংকটমুক্ত বুলি জানিব পৰা গৈছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গোলাঘাটৰ ৰোগীৰ ভিৰ।।বিষাক্ত সুৰা সেৱন ঘটনাৰ প্ৰায় ৪০ জনকৈ লোক চিকিৎসাধীন।

গোলাঘাটত শালমৰা চাহ বাগিচাত  বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে  ২৩  জনলৈ বৃদ্ধি পাইছে

কেবল শালমৰাতে নহয় গোলাঘাট উষা গৰঙা,আৰু বৰহোলাতো মৃত্যুৰ খৱৰ আহি পৰা সময়ত আৰু কেইবাজনো লোকৰ অৱস্থা সংকটজনক অৱস্থাত গোলাঘাট জিলাৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ স্হান্তীৰত কৰা হৈছে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ইতিমধ্যে ৪০ গৰাকীকৈ অধিক লোকক চিকিৎসা প্ৰদান কৰা হৈছে।বৰ্তমান সময়ত সকলো ৰোগী সংকটমুক্ত।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.