ETV Bharat / state

টীয়কৰ বজাৰত পাচলিৰ উৰ্ধমুখী দাম

author img

By

Published : Oct 29, 2020, 10:16 AM IST

টীয়কৰ হাঁহচৰাৰ সাপ্তাহিক বজাৰত পাচলিৰ মূল্যবৃদ্ধি ৷ প্ৰতিবিধ পাচলিয়ে চেৰ পেলাইছে 50 টকাৰ মূল্যক ৷

Vegetables price hike in Teok market
টীয়কৰ বজাৰত পাচলিৰ উৰ্ধমুখী দাম

টীয়ক,29 অক্টোবৰ : বজাৰসমূহত শাক-পাচলিৰ উৰ্ধমুখী দামে বিপাঙত পেলাইছে সাধাৰণ জনতাক । শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বিপৰীতে ৰাজ্য চৰকাৰে এতিয়া ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে পুনৰ দিছপুৰ দখলৰ অংকত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।

টীয়কৰ বজাৰত পাচলিৰ উৰ্ধমুখী দাম

টীয়কৰ হাঁহচৰাৰ সাপ্তাহিক বজাৰতো পাচলিৰ জুই চাই দাম ৷ প্ৰতিবিধ পাচলিৰ মূল্য প্ৰায় 50 টকাতকৈও অধিক । তথাপিও পুৱাৰ ভাগতে প্ৰয়োজনীয় শাক-পাচলি কিনিবলৈ বজাৰত ভিৰ কৰিছে গ্ৰাহকসকলে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.