ETV Bharat / state

তুলসী গছে খালে পানী : কাৰোবাৰ মতে তুলসী দেৱী আৰু আন কাৰোবাৰ মতে অন্ধবিশ্বাস - তুলসী গছে খালে পানী

প্ৰকৃততে তুলসী পাতে পানী নাখায় বা পানীৰ প্ৰতি আৰ্কষিত নহয়। যিহেতু খৰালি দিনত সাধাৰণতে ৰাজ্যত কুঁৱলী পৰে আৰু সেই কুঁৱলী তুলসী পাতৰ তলৰ ভাগত জমা হৈ থাকে।

Tusli leafs drink water in Jorhat
author img

By

Published : Nov 11, 2019, 6:20 PM IST

যোৰহাট, নৱেম্বৰ 11 : এইখন অসমত নঘটে কি ? গণেশে পানী খায়,নন্দী ভিন্দিয়েও পানী খায় ৷ অলপ নহয় খালে ঢোকে ঢোকে খায় ৷ আচৰিত নহয়নে কথাষাৰ ৷ এইবাৰ তুলসীয়ে পানী খাইছে যোৰহাটৰ তিতাবৰ বোকাহোলা চাহ বাগিচাৰ মজদুৰ লাইনৰ এজন ব্যক্তিৰ ঘৰত । অন্ধবিশ্বাসৰ চূড়ান্ত সমৰ্থক সকলৰ বাবেই সময়ে সময়ে এনেদৰে গণেশ, নন্দী ভিন্দিয়ে পানী খায় । সঁচা অৰ্থত বিজ্ঞান মানসিকতাৰ অভাৱ নে অলৌকিকতা ? যোৰহাটত যি ঘটিল তাকে লৈ একাংশ অন্ধবিশ্বাসী লোকে চলালে পূজা পাঠ, বিভিন্নজনৰ বিভিন্ন বিশ্লেষণ ।

যোৰহাটত আজৱ ঘটনা

বিজ্ঞানৰ যুগতো তেওঁলোকৰ মতে স্বয়ং তুলসী দেৱী আৱিৰ্ভাৱ হৈছে । কিন্তু আমি আপোনালোকৰ আগত ফাদিল কৰিম প্ৰকৃত সত্য কি ? সঁচাকৈ তুলসী গছে পানী খায় নেকি ? মুখ নোহোৱাকৈ কেনেকৈ পাতে পানী খাব পাৰে পানী ,মন কৰক এই দৃশ্যলৈ । বিজ্ঞানে কি কয় ? আমি সত্য উদ্ঘাটনৰ বাবে কাষ চাপিছিলো জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক বুবুল চন্দ্ৰ নেঁওগৰ ।

Tusli leafs drink water in Jorhat
একাংশ অন্ধ বিশ্বাসী লোকে কৰিছে পূজা পাঠ

প্ৰকৃততে তুলসী পাতে পানী নাখায় বা পানীৰ প্ৰতি আৰ্কষিত নহয়। যিহেতু খৰালি দিনত সাধাৰণতে ৰাজ্যত কুঁৱলী পৰে আৰু সেই কুঁৱলী তুলসী পাতৰ তলৰ ভাগত জমা হৈ থাকে। যেতিয়া কোনো পাত্ৰত পানী লৈ তুলসী পাতৰ ওচৰলৈ নিয়া হয় তেতিয়া পানীৰ কণাই পানীৰ প্ৰতি আৰ্কষিত হৈ পৰে যাৰ ফলত তুলসী গছৰ পাত হাউলি যায় । কিন্তু এচাম লোকৰ অজ্ঞতাৰ বাবে এইয়া হৈ পৰিছে ভগৱানৰ লীলা ।

লগতে পঢ়ক : অসুস্থ লতা মংগেশকাৰ

Intro:তিতাবৰত আজব কাণ্ড টুলসীয়ে খাইছে পানী ।অলৌকিক ঘটনা নে বিজ্ঞান।।ই টি ভাৰতৰ বিশেষ প্ৰতিবেদন।।Body:তিতাবৰত আজব কাণ্ড টুলসীয়ে খাইছে পানী ৷
এইবাৰ গণেশ বাবা নহয়, টুলসীয়ে খাইছে পানী ৷ কোনোৱে যদি ঘটিত খোৱাইছে কোনোৱে আকৌ ছামুছেৰে খুৱাইছে ৷ টুলসীক পানী খুৱাবলৈ হেটা ওপৰা লাগিছে ৷ উৰুলী ধুপ বন্তি জ্বলাই প্রার্থনা কৰি প্ৰনাম জনাইছে টুলসী মাক ,নামগোৱা এভাগ পতাৰ সিদ্ধান্ত লৈছে এওলোকে ৷ এই দৃশ্য নীশাৰ ভাগৰ তিতাবৰ বোকাহোলা চাহ বাগিচাৰ মজদুৰ লাইনৰ ৷ বাগিছালৈ টুলসী মা আহিছে আহি সকলোৰে ঘৰত পানী খাইছে ৷ টুলসীয়ে পানী খোৱা ছাবলৈ এতিয়া ভক্তৰ ভিৰ বোকাহোলা ছাহ বাগিছাৰ মজদুৰ লাইনত ৷ একবিংশ শতিকাত বিজ্ঞানৰ যোগত টুলসীয়ে পানী খোৱা কিমান দুৰ গ্ৰহন যোগ্য সেইয়া দৰ্শকে বিছাৰ কৰিব ৷ এইয়া আছলতে অন্ধবিশ্বাস নে আলৌকিকতা ৷
প্ৰকৃততে ঘটনা কি সংঘটিত হৈছে ইয়াৰ উত্তৰ বিছাৰি যোৰহাট জগ্ননাথ বৰৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ অধ্যাপক ওচৰ চপাত প্ৰকৃত ৰহস্য উদযাটন হয়।উদ্ভিদ বিভাগৰ অধ্যাপক বুবুল চন্দ্ৰ নেওগে ইয়াৰ পৰিক্ষা নিৰীক্ষা কৰি স্পষ্ট হয় যে প্ৰকৃততে তুলসী পাতে পানী নাখায় বা পানীৰ প্ৰতি আৰ্কষিত নহয়।যিহেতু খৰালি দিনত সাধাৰণতে ৰাজ্যত কুৱলী পৰে আৰু সেই কুৱলী তুলসী পাতৰ তলৰ ভাগত জমা হৈ থাকে।যেতিয়া কোনো প্ৰাত্ৰত পানী লৈ তুলসী পাতৰ ওচৰলৈ নিয়া হয় তেতিয়া পানীৰ কনাই পানীৰ প্ৰতি আৰ্কষিত হৈ পৰে।Conclusion:এইয়া কোনো অলৌকিক পৰিঘটনা নহয় এক সাধাৰণ ঘটনাহে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.