ETV Bharat / state

যোৰহাটৰ বৰহোলাত আটক সন্দেহযুক্ত নাগৰিক

সীমান্ত আৰক্ষীয়ে লোকজনক নিজৰ জিম্মাত ৰাখি অভিযান অব্যাহত ৰাখিছে। লোকজনক কোনো দুষ্ট চক্ৰই নাগালেণ্ড পৰা আনি অসম নাগালেণ্ড সীমান্তত এৰি দিয়া বুলিও ৰাইজৰ সন্দেহ প্ৰকাশ কৰে ৷

সন্দেহ জনক বাংলাদেশী
সন্দেহ জনক বাংলাদেশী
author img

By

Published : Dec 24, 2019, 2:57 PM IST

যোৰহাট, 24 ডিচেম্বৰ: সোমবাৰে নিশা তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাত এজন সন্দেহজনক নাগৰিকক কৰায়ত্ব কৰি বৰহোলা আৰক্ষীক গতাই দিয়ে অঞ্চলবাসীয়ে । বৰহোলা আৰক্ষীয়ে সীমান্ত আৰক্ষীক খবৰ দিয়াত সীমান্ত আৰক্ষী আহি উপস্থিত হয় যদিও তদন্তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয় আৰক্ষীসকল ৷ কাৰণ আটকাধীন লোকজনৰ ভাষা বুজি পোৱাটো অতি কঠিন বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷

সন্দেহ জনক বাংলাদেশী

ইতিমধ্যে আটকাধীন লোকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে পুৰুষৰ সামগ্ৰীৰ লগতে মহিলাৰো বহু সামগ্ৰী ৷ লোকজনে আৰক্ষীক কোনো ধৰণৰ প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰাৰ ফলত বৰ্তমানলৈ মানুহজনৰ কোনো পৰিচয় উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ সেয়ে সীমান্ত আৰক্ষীয়ে লোকজনক নিজৰ জিম্মাত ৰাখি অভিযান অব্যাহত ৰাখিছে । লোকজনক কোনো দুষ্ট চক্ৰই নাগালেণ্ড পৰা আনি অসম নাগালেণ্ড সীমান্তত এৰি দিয়া বুলিও ৰাইজৰ সন্দেহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ

Intro:তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাত যোৱা নিশা উৰঙিয়া পৰা এটা সন্দেহ জনক বাংলাদেশী কৰায় কৰি বৰহোলা আৰক্ষী থানাক গতাই দিয়ে । বৰহোলা আৰক্ষীয়ে সীমান্ত আৰক্ষী খবৰ দিয়াত সীমান্ত আৰক্ষী আহি উপস্হিত হৈ কিন্তু সীমান্ত আৰক্ষী আহি বিপাঙত পৰিছে কিয়নো এই সন্দেজনক বাংলাদেশী জনে কি কৈছে একো বুজিব পৰা নাই সীমান্ত আৰক্ষীয়ে লোক জনৰ লগত নাই কোনো ধৰণৰ প্ৰমাণ পত্ৰ লোক জনৰ লগত ওলাইছে মুছলিম সম্প্ৰদায়ে পিন্ধা টুপী মহিলাৰ আ অলংকাৰ কাপোৰ কানি কিন্তু এতিয়া লৈ মানুহ জনৰ কোনো পৰিচয় উদঘাটন হোৱা নাই।Body:বৰ্তমান সীমান্ত আৰক্ষীয়ে লোক জনক নিজৰ জিমাত ৰাখি অভিযান অব্যাহত ৰাখিছে । ৰাইজে সন্হেহ কৰা মতে কোনো দুষ্ট চক্ৰই নাগালেণ্ড পৰা আনি অসম নাগালেণ্ড সীমান্ত মেলি দিচে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.