ETV Bharat / state

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন তিতাবৰৰ তিনি যুৱক

author img

By

Published : Jun 8, 2020, 3:48 PM IST

আজি কেইবাদিনো ধৰি কোনো শুংসুত্ৰ নাই এবছৰ পূৰ্বেই ঘৰৰ পৰা ওলাই যোৱা অজিত দাস, ৰাকেশ পলং আৰু মুকুল আহমেদ নামৰ যুৱক কেইজনৰ ৷

Three boy from titabor missing in outside of Assam
বহিঃৰাজ্যত সন্ধানহীন তিতাবৰৰ তিনি যুৱক

তিতাবৰ, 8 জন: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন তিতাবৰৰ তিনি যুৱক ৷ দৰিদ্ৰতাৰ গৰাহত পৰি পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যৰে তিতাবৰ সীমান্তৱৰ্তী বেকাজান আৰু বনুৱা গাঁৱৰ পৰা চেন্নাইলৈ গৈছিল যুৱক তিনিজন ৷ কিন্তু আজি কেইবাদিনো ধৰি কোনো শুংসুত্ৰ নাই এবছৰ পূৰ্বেই ঘৰৰ পৰা ওলাই যোৱা অজিত দাস, ৰাকেশ পলং আৰু মুকুল আহমেদ নামৰ যুৱক কেইজনৰ ৷

যাৰ বাবে অসহায় হৈ পৰা পৰিয়াল কেইটাই নিজ সন্তানক বিচাৰি এতিয়া চকুলো টুকিছে ৷ উল্লেখ্য যে, অজিত দাস আৰু মুকুল আহমেদ চেন্নাইত কৰ্মৰত হৈ থকাৰ বিপৰীতে ৰাকেশ পলং নামৰ যুৱকজন বাংগালোৰত কৰ্মৰত হৈ আছিল বুলি জনাইছে পৰিয়ালে ৷

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন তিতাবৰৰ তিনি যুৱক

এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে যুৱক কেইজনৰ পৰিয়ালৰ লোকে ৷ যাৰ বাবে অসহায় হৈ ৰাইজৰ সহায় বিচাৰিছে পৰিয়াল কেইটাই ৷ কাম বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক কেইজন কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ আশংকা কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ দেশত বৃদ্ধি হৈছে ইন্ধনৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.