যোৰহাট, ২৪ মে': ২৫ মে' ত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মীয় লোক সকলৰ পবিত্ৰ ঈদ-উল-ফিটৰ । কিন্তু কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ ঘৰতে পঢ়িবলৈ আহ্বান জনালে তিতাবৰ ঈদগাহ ময়দান সমিতিয়ে । লগতে কৰ'ণাৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসা কৰ্মী,আৰক্ষী,সাংবাদিক সকলৰ সু-স্বাস্থ্যৰ বাবেও আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহ্বান জনাইছে ঈদগাহ ময়দান সমিতিয়ে ।
তিতাবৰ ঈদগাহ ময়দান সমিতিয়ে গেটত আঁৰিলে এক বিশেষ জাননী - eid-ul-fittar
তিতাবৰ ঈদগাহ ময়দান সমিতিয়ে গেটত আঁৰিলে এক বিশেষ জাননী । চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনায় তিতাবৰ ঈদগাহ ময়দান সমিতিয়ে বাতিল কৰিলে সমূহীয়া নামাজ ।
তিতাবৰ ঈদগাহ ময়দান সমিতিয়ে গেটত আঁৰিলে এক বিশেষ জাননী