ETV Bharat / state

টীয়ক প্ৰেছ ক্লাৱৰ মুখামুখি অনুষ্ঠান - etv bharat assam

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত টীয়ক বিধানসভা সমষ্টিৰ ৰাইজে আগন্তুক লোকসভা নিৰ্বাচনত কেনে ভূমিকা গ্ৰহণ কৰিব বা সমস্যা সমাধানৰ বেলিকা ৰাজনৈতিক দলসমূহে কি বিষয়ত অগ্ৰাধিকাৰ প্ৰদান কৰিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ গাঁও অঞ্চলৰ ৰাইজৰ মাজত কেনে আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ উপস্থাপনৰে টীয়ক প্ৰেছ ক্লাৱে আয়োজন কৰে এই মুখামুখি অনুষ্ঠানৰ ।

টীয়ক প্ৰেছ ক্লাৱৰ মুখামুখি অনুষ্ঠান
author img

By

Published : Apr 7, 2019, 5:45 PM IST

টীয়ক,7 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ,ৰাজনৈতিক দল-সংগঠনৰ সৈতে টীয়ক প্ৰেছ ক্লাৱৰ মুখামুখি অনুষ্ঠান ৷ টীয়কৰ ৰাজ্যিক বাছ আস্থান প্ৰাংগনত অনুষ্ঠিত এই অনুষ্ঠান পৰিচালনা কৰে প্ৰেছ ক্লাৱৰ সভাপতি ৰিজু কুমাৰ শইকীয়াই । অনুষ্ঠানত টীয়ক,হাঁহচৰা,ভগামুখ আৰু কাকজান প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ উপৰিও কংগ্ৰেছ,অগপ,বিজেপি,ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিনিধিৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ মতামত আগবঢ়ায় । সাধাৰণ ৰাইজৰ মাজত ৰাজনৈতিক সচেতনতা আনিবৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও মন্তব্য কৰে উদ্যোক্তাসকলে ।

টীয়ক প্ৰেছ ক্লাৱৰ মুখামুখি অনুষ্ঠান

উল্লেখ্য যে,যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত টীয়ক বিধানসভা সমষ্টিৰ ৰাইজে আগন্তুক লোকসভা নিৰ্বাচনত কেনে ভূমিকা গ্ৰহণ কৰিব বা সমস্যা সমাধানৰ বেলিকা ৰাজনৈতিক দলসমূহে কি বিষয়ত অগ্ৰাধিকাৰ প্ৰদান কৰিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ গাঁও অঞ্চলৰ ৰাইজৰ মাজত কেনে আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ উপস্থাপনৰে টীয়ক প্ৰেছ ক্লাৱে আয়োজন কৰে এই মুখামুখি অনুষ্ঠানৰ ।

Intro:Body:লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ,ৰাজনৈতিক দল ,সংগঠনক লৈ টীয়ক প্ৰেছ ক্লাৱৰ মুখামুখি অনুষ্ঠান
TEOK: যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত টীয়ক বিধানসভা সমষ্টিৰ ৰাইজে আগন্তুক লোকসভা নিৰ্বাচনত কেনে ভূমিকা গ্ৰহণ কৰিব,কি সমস্যা সমাধানৰ বেলিকা ৰাজনৈতিক দল সমূহে অগ্ৰাধিকাৰ প্ৰদান কৰিব,নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাব গাঁও অঞ্চলৰ ৰাইজৰ মাজত কেনে আদি গুৰুত্বপূৰ্ণ বিষয়ৰ উপস্থাপনৰে টীয়ক প্ৰেছ ক্লাৱে আয়োজন কৰে এক মুখামুখি অনুষ্ঠানৰ ।টীয়কৰ ৰাজ্যিক বাছ আস্থানৰ প্ৰাংগনত অনুষ্ঠিত এই অনুষ্ঠান পৰিচালনা কৰে প্ৰেছ ক্লাৱৰ সভাপতি ৰিজু কুমাৰ শইকীয়াই ।অনুষ্ঠানত টীয়ক,হাঁহচৰা,ভগামুখ আৰু কাকজান প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ উপৰি কংগ্ৰেছ,অগপ,বিজেপি,ছাত্ৰ সন্হা,যুব-ছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিনিধিৰ উপৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজ নিজ মতামত আগবঢ়ায়। সাধাৰণ ৰাইজৰ মাজত ৰাজনৈতিক সচেতনতা আনিবলৈকে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে মন্তব্য কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.