টীয়ক,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে টীয়কৰ জগদুৱাৰস্থিত ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত হয় যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু মাৰ্কেটিং ব'ৰ্ডৰ অধ্যক্ষ পালিত বৰা ৷ চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি দুখৰ সমভাগী হয় ৷ লগতে দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে কৰিছে বুলি অৱগত কৰি শীঘ্ৰে হত্যাকাণ্ডৰ লগত জড়িতসকলক শাস্তি প্ৰদানৰ আশ্বাস দিয়ে। সাংসদ তপন গগৈয়ে লগতে চাহ বাগিচাৰ চিকিৎসকসকলক নিৰাপত্তা দিয়াৰ আশ্বাস প্ৰদান কৰে । ইপিনে চিকিৎসক সকলে ২৪ ঘণ্টাই মানৱ ধৰ্ম পালন কৰে বুলি কৈ চিকিৎসক সকলৰ সুৰক্ষাৰ কাৰণে চৰকাৰে এইবাৰ নতুনকৈ বিল উত্থাপন কৰা কথাও অৱগত কৰে ।
ডাঃ দেবেন দত্তৰ বাসগৃহত সাংসদ তপন কুমাৰ গগৈ - চাহ বাগিচাৰ চিকিৎসক
সাংসদ তপন কুমাৰ গগৈ উপস্থিত হ'ল ডা:দেবেন দত্তৰ গৃহত ৷ চাহ বাগিচাৰ চিকিৎসক সকলক নিৰাপত্তাৰ দিয়াৰ আশ্বাস তপন গগৈৰ ।
![ডাঃ দেবেন দত্তৰ বাসগৃহত সাংসদ তপন কুমাৰ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4349898-931-4349898-1567699775649.jpg?imwidth=3840)
টীয়ক,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে টীয়কৰ জগদুৱাৰস্থিত ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত হয় যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু মাৰ্কেটিং ব'ৰ্ডৰ অধ্যক্ষ পালিত বৰা ৷ চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি দুখৰ সমভাগী হয় ৷ লগতে দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে কৰিছে বুলি অৱগত কৰি শীঘ্ৰে হত্যাকাণ্ডৰ লগত জড়িতসকলক শাস্তি প্ৰদানৰ আশ্বাস দিয়ে। সাংসদ তপন গগৈয়ে লগতে চাহ বাগিচাৰ চিকিৎসকসকলক নিৰাপত্তা দিয়াৰ আশ্বাস প্ৰদান কৰে । ইপিনে চিকিৎসক সকলে ২৪ ঘণ্টাই মানৱ ধৰ্ম পালন কৰে বুলি কৈ চিকিৎসক সকলৰ সুৰক্ষাৰ কাৰণে চৰকাৰে এইবাৰ নতুনকৈ বিল উত্থাপন কৰা কথাও অৱগত কৰে ।
TEOK:আজি টীয়কৰ জগদুৱাৰস্হিত স্বৰ্গীয় ডা° দেবেন দত্তৰ বাসগৃহত যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ , মাৰ্কেটিং ব'ৰ্ডৰ অধক্ষ্য পালিত বৰা উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি দুখৰ সমভাগী হয় আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে কৰিছে বুলি অৱগত কৰে আৰু ফাষ্ট ট্ৰেক আদালতত বিচাৰ হৈ অতি সোণকালে হত্যাকাণ্ডৰ লগত জড়িতসকলক শাস্তি প্ৰদানৰ আশ্বাস দিয়ে। সাংসদ তপন গগৈয়ে লগতে চাহ বাগিচাৰ চিকিৎসক সকলক নিৰাপত্তা দিয়াৰ আশ্বাস প্ৰদান কৰে সাংসদ গৰাকীয়ে । চিকিৎসক সকলে ২৪ ঘণ্টাই মানৱ ধৰ্ম পালন কৰে বুলি কৈ চিকিৎসক সকলৰ সুৰক্ষা কাৰণে চৰকাৰে এইবাৰ নতুনকৈ বিল উত্থাপন কৰা কথাও অৱগত কৰে ।
Conclusion: