ETV Bharat / state

নাৰী দিৱসৰ শুভেচ্ছা বিধায়িকা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ

নাৰী দিৱসৰ শুভেচ্ছা জনালে টীয়কৰ বিধায়িকা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই । এগৰাকী নাৰী হিচাপে ঘৰুৱা সকলো কাম-কাজ কৰাৰ সমান্তৰালকৈ স্বাধীন চেতিয়াভাৱে নিজ নিজ কৰ্মত অগ্ৰসৰ হৈ নাৰীৰ শক্তি প্ৰদৰ্শন কৰি সমাজখন আগুৱাই নিবলৈ আহ্বান জনাইছে ৰেণুপমা ৰাজখোৱাই ।

author img

By

Published : Mar 8, 2021, 5:00 PM IST

নাৰী দিৱসৰ শুভেচ্ছা বিধায়িকা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ
নাৰী দিৱসৰ শুভেচ্ছা বিধায়িকা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ

টীয়ক, ৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ শুভেচ্ছা জনালে যোৰহাট জিলাৰ টীয়কৰ বিধায়িকা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই । উল্লেখযোগ্য যে, দেওবাৰে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ পুনৰ প্ৰাৰ্থীত্ব লাভ কৰি উৎফুল্লিত ৰাজখোৱাই পুৱা গোসাঁইঘৰত বন্তি জ্বলাই নিজ গৃহত উপস্থিত হয় ।

প্ৰতিগৰাকী কৰ্মী শুভাকাংক্ষীক নিজ হাতে আপ্যায়ন কৰি এই বিশেষ দিনটোত টঙালি বান্ধিছে আগন্তুক নিৰ্বাচনৰ বাবে । এগৰাকী নাৰী হিচাপে ঘৰুৱা সকলো কাম-কাজ কৰাৰ সমান্তৰালকৈ স্বাধীন চেতিয়াভাৱে নিজ নিজ কৰ্মত অগ্ৰসৰ হৈ নাৰীৰ শক্তি প্ৰদৰ্শন কৰি সমাজখন আগুৱাই নিবলৈ আহ্বান জনাইছে ৰেণুপমা ৰাজখোৱাই ।

লগতে পঢ়ক: খিলঞ্জীয়াৰ ভূমিত শেন চকু বহিৰাগত বণিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.