ETV Bharat / state

হাত মেলিলেই স্পৰ্শ কৰিব পাৰি বিদ্যুৎ পৰিবাহী তাঁৰ !! - শক্তি বিভাগৰ গাফিলতি

টীয়ক কলিয়াপানী চাপৰি গাঁৱত হাত মেলিলেই স্পৰ্শ কৰিব পাৰি বিদ্যুৎ পৰিবাহী তাঁৰ ৷ যিকোনো মহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷

হাত মেলিলেই স্পৰ্শ কৰিব পাৰি বিদ্যুৎ পৰিবাহী তাঁৰ !!
author img

By

Published : Sep 16, 2019, 1:23 PM IST

টীয়ক,16 চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ অধীনষ্ঠ টীয়ক কলিয়াপানী চাপৰি গাঁৱত শক্তি বিভাগৰ গাফিলতিয়ে শংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ৷ কিয়নো অতি কম উচ্চতাতে ওলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰ ৷ হাত মেলিলেই স্পৰ্শ কৰিব পাৰি উক্ত বিদ্যুৎ পৰিবাহী তাঁৰ ৷ উল্লেখযোগ্য যে,স্থানীয় ৰাইজে বিদ্যুৎ পৰিষদক এই সন্দৰ্ভত বহুবাৰ অভিযোগ দিয়াৰ পাছতো পৰিষদে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে যিকোনো মূহুৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে ৷ সেয়ে অতি শীঘ্ৰে বিদ্যুৎ পৰিবাহী তাঁৰডাল নিদ্দিষ্ট উচ্চতাত স্থাপন কৰিবলৈ বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Intro:Body:টীয়কৰ কলীয়াপানী চাপৰিত বিদ্যুৎ বিভাগৰ গাফিলতি/দুৰ্ঘটনাৰ আশংকা
TEOK:যোৰহাট জিলাৰ টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্হ টীয়ক কলিয়াপানী চাপৰি গাঁৱত বিদ্যুৎ বিভাগৰ গাফিলটিয়ে ৰাইজক সংকিত কৰি তুলিছে।অতি চাপৰতে বহু মাহ ওলমি আছে বিদ্যুৎ সৰবৰাহী তাৰ।হাত মেলিলে মাত্ৰ আবেগেট ওপৰত থাকে বিদ্যুৎ সৰবৰাহী তাৰ।বহু বাৰ অভিযোগ দিয়াৰ পিছতো কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে। সেয়ে অতি সোনকালে এই বিদ্যুৎ পৰিবাহী তাৰ নিৰ্দিষ্ট উচ্চতালৈ নিবলৈ বিভাগটোক আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.