ETV Bharat / state

টীয়কৰ এজন স্বভাৱজাত চিত্ৰশিল্পী মনোজ বৰা - assam

টীয়কৰ এজন চিত্ৰশিল্পী নাম মনোজ বৰা । কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নথকাৰ সত্বেও অংকন কৰিব পাৰে নিখুত চিত্ৰ তথা ভাস্কৰ্য ।

টীয়কৰ এজন স্বভাৱজাত চিত্ৰশিল্পী মনোজ বৰা
author img

By

Published : Aug 1, 2019, 2:59 PM IST

টীয়ক,1আগষ্টঃ টীয়কৰ এজন চিত্ৰশিল্পী নাম মনোজ বৰা । কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নথকাৰ সত্বেও অংকন কৰিব পাৰে নিখুত চিত্ৰ তথা ভাস্কৰ্য । সৰুৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি আকৃষ্ট হৈ বহু ছবি অংকন কৰি আহিছে আৰু বৰ্তমানেও থাৰ্ম'কল, কাঠ, চিমেন্ট আদিৰে বিভিন্ন মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে শিল্পীগৰাকী । টীয়ক নগৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা মনোজৰ পিতৃ পেছাত এজন ৰিক্সাচালক ।

টীয়কৰ এজন স্বভাৱজাত চিত্ৰশিল্পী মনোজ বৰা

ইপিনে বিভিন্ন চিত্ৰ-মূৰ্তি নিৰ্মাণ কৰি এতিয়া কোনোমতে পৰিয়ালৰ ভাতমুথি যোগাৰ কৰিবলৈ চেষ্টা চলাইছে মনোজে । অৱশ্যে শেহতীয়াকৈ মনোজে ঘৰৰ চোতালতে বাঁহৰ চালি দি ভেনাচ আৰ্ট নামেৰে আৰম্ভ কৰিছে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান ।

Intro:Body:টীয়কৰ এজন স্বভাৱজাত চিত্ৰশিল্পী মনোজ বৰা
TEOK: টীয়কৰ এজন স্বভাৱজাত চিত্ৰশিল্পী নাম মনোজ বৰা।কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নথকাৰ সত্তেও অংকন কৰিব পাৰে নিখুত চিত্ৰ তথা ভাস্কৰ্য।সৰুৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি আকৃষ্ট হৈ নানা ছবি অংকন কৰি আহিছে আৰু বৰ্তমান ঠাৰম'কল, কাঠ, চিমেন্ট আদিৰে বিভিন্ন মূৰ্তি নিৰ্মাণত ব্যস্ত শিল্পীগৰাকী।টীয়ক নগৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা মনোজৰ পিতৃ পেছাত এজন ৰিস্কাচালক।কোনোমতে পেটে ভাতে খাই পৰিয়ালটো পোহপাল দি আছিল কিন্তু বৰ্তমান বাৰ্ধক্যজনিত কাৰণত সেই বৃত্তি বাদ দিব লগা হৈছে।বিভিন্ন চিত্ৰ মূৰ্তি নিৰ্মাণ কৰি এতিয়া কোনোমতে পৰিয়ালৰ ভাতমুথি যোগাৰ কৰিবলৈ চেষ্টা চলাইছে মনোজে।সেয়ে এনেকুৱা ঈশ্বৰপ্ৰদত্ত প্ৰতিভাৰ জাতে আৰ্থিক দৈনতাৰ বাবে অৱশেষ নহয় তাৰ বাবে চৰকাৰক এই শিল্পীসকলৰ প্ৰতি কিছু সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।অৱশ্যে শেহতীয়াকৈ মনোজে ঘৰৰ চোতালতে বাঁহৰ চালি দি ব্যৱসায় ভিত্তিত ভেনাচ আৰ্ট নামেৰে আগবঢ়ি যাবলৈ সাজু হৈছে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.