ETV Bharat / state

টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ বিশেষ পদক্ষেপ - apdcl-work

৩৩ কিলো ভল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতি তথা পুনঃনিৰীক্ষণ টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ

টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ বিশেষ পদক্ষেপ
author img

By

Published : Jul 4, 2019, 11:04 PM IST

টীয়ক,4 জুলাইঃ সঘন বিদ্যুৎ কৰ্তনত অতিষ্ঠ ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে শুকুৰবাৰে টীয়ক বিদ্যুৎ সংমণ্ডলে মৰিয়নি পৰা টীয়ক লৈকে স্থাপন কৰা 33 কিলো ভল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতি তথা পুনঃনিৰীক্ষণ কৰাৰ এক কাৰ্যসূচী হাতত লয় । মৰিয়নীৰ 132 নম্বৰ বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ পৰা সৰবৰাহ কৰা বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ ওপৰত গিবন অভয়াৰণ্যৰ গছৰ ডাল,বাঁহ আদি সামান্য বতাহতে পৰি সঘনাই বিদ্যুৎ ব্যাহত হৈ পৰে ।

টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ বিশেষ পদক্ষেপ

সুদীৰ্ঘ দিন অব্যাহত থকা এই সমস্যা সমাধানৰ বাবে টীয়ক বিদ্যুৎ উপ সংমণ্ডল বিষয়া ভাস্কৰ গগৈৰ নেতৃত্বত প্ৰায় 50 জনৰো অধিক বনুৱা উক্ত কামত নিয়োজিত কৰি সুদীৰ্ঘ 4০ কি.মি. যোৰা এই লাইন দাঁতিত থকা হাবি-জংঘল ,বাঁহ আদি কটাৰ এক দিনযোৰা কাৰ্যসূচী গ্ৰহণ কৰে । দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগটোৱে চলোৱা এই প্ৰচেষ্টাক আদৰণি জনাইছে স্থানীয় ৰাইজে ।

Intro:Body:টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ আদৰণীয় পদক্ষেপ
TEOK:টীয়কত সঘন বিদ্যুৎ কৰ্তণত অতিষ্ঠ ৰাইজে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিভিন্ন প্ৰতিবাদ কৰি অহাৰ সময়তে আজি টীয়ক বিদ্যুৎ সংমণ্ডলে মৰিয়নি পৰা টীয়কলৈ অহা ৩৩ কেভি বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতি তথা পুন: নিৰীক্ষণ কৰাৰ এক কাৰ্যসূচী হাত লয়। মৰিয়নীৰ 132 বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ পৰা সৰবৰাহ কৰা বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ ওপৰত গিবন অভায়াৰণ্যৰ গছৰ ডাল,বাঁহ আদি সামান্য বতাহত পৰি সঘনাই বিদ্যুৎ ব্যাহত হৈ পৰে ।সুদীৰ্ঘ দিন অব্যাহত থকা এই সমস্যা সমাধানৰ বাবে টীয়ক বিদ্যুৎ উপ সংমণ্ডল বিষয়া ভাস্কৰ গগৈৰ নেতৃত্বত প্ৰায় ৫০ জনৰো অধিক বনুৱা উক্ত কামত নিয়োজিত কৰি সুদীৰ্ঘ 4০ কি.মি. যোৰা এই লাইন দাঁতিত থকা হাবি জংঘল বাহ আদি কটাৰ এক দিনযোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগটোৱে চলোৱা এই প্ৰচেষ্টাক স্হানীয় ৰাইজে আদৰণি জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.