ETV Bharat / state

ছ‘চিয়েল মিডিয়া প'ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে এজাহাৰ - ঐতিহাসিক বিশ্ববিদ্যালয়খন

ছ‘চিয়েল মিডিয়াৰ যোগেদি এক দুষ্ট চক্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয় অধ্যাপক জনৰ কু-কৰ্মৰ গইনা লৈ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ গুণ গৰিমাত কালিমা সানি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে আছু গোটে ৷

teok-aasu-fir-aginest-contoversy-post-share-at-social-media-regarding-dibrugarh-university-incidant
চ‘ছিয়েল মিডিয়া প'ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : Jul 5, 2020, 6:36 PM IST

ডিব্ৰুগড়,5জুলাইঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ কু-কৰ্ম কাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত অধ্যাপক জনক গ্ৰেপ্তাৰ কৰিছে। তাৰ পাছতো ফেচবুককে ধৰি বিভিন্ন ছ‘চিয়েল মিডিয়াৰ যোগেদি এক দুষ্ট চক্ৰই অধ্যাপক জনৰ কু-কৰ্মৰ গইনা লৈ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ গুণ গৰিমাত কালিমা সানি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈৰ নেতৃত্বত আছু গোটৰ কেইবাজনো বিষয়ববীয়াই ৷

চ‘ছিয়েল মিডিয়া প'ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে এজাহাৰ

ইপিনে টীয়ক আৰক্ষী থানাত ছ‘চিয়েল মিডিয়া প'ষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু দোষীক উপযুক্ত শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে । লগতে বিশ্ববিদ্যালয়ৰখনৰ প্ৰতি এনে বিৰোপ মন্তব্য কৰা সকলক ভবিষ্যতে তেনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে।

লগতে পঢ়কঃ শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা শিৱসাগৰ বিধানসভাৰ উপ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.