টীয়ক , 27 মে': সোমবাৰে যোৰহাট জিলাৰ টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ সন্মুখত, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সলালবাৰী শাখা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা খনৰ টীয়কৰ সলালবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলক, ছয় মাহৰ অধিক সময় দৰমহা আদায় নিদিয়াকে ধৰি শ্ৰমিক সকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
টীয়কত সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদী কাৰ্যসূচী
টীয়কৰ সলালবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলক, ছয় মাহৰ অধিক সময় দৰমহা আদায় নিদিয়াকে ধৰি শ্ৰমিক সকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদী কাৰ্যসূচী
টীয়ক , 27 মে': সোমবাৰে যোৰহাট জিলাৰ টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ সন্মুখত, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সলালবাৰী শাখা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা খনৰ টীয়কৰ সলালবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলক, ছয় মাহৰ অধিক সময় দৰমহা আদায় নিদিয়াকে ধৰি শ্ৰমিক সকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
Intro:Body:টীয়কত সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদী কাৰ্যসূচী
TEOK:যোৰহাট জিলাৰ টীয়কৰ সলালবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলক ছয় মাহৰ অধিক সময় দৰমহা আদায় নিদিয়াকে ধৰি শ্ৰমিক সকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত সোমবাৰে টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ সন্মুখত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সলালবাৰী শাখা সমিতিয়ে অৱস্হান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ।বাৰমবাৰ উৰ্ধতম কৰ্তৃপক্ষক তেওঁলোকৰ সমস্যাবোৰ অৱগত কৰাৰ পাছত এই পৰ্যন্ত কোনো সহাৰি নোপোৱাত এনেদৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰি অনতি পলমে দাবীসমূহ সমাধান নকৰিলে আৰু শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।Conclusion: