ETV Bharat / state

যোৰহাটত শেষ হাঁহি বিজেপিৰ - JORHAT

বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ফলাফল ৷ যোৰহাট লোকসভা সমষ্টিত প্ৰায় 92 হাজাৰ 6 শ 85 টা ভোটৰ ব্যৱধানত জয় লাভ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

BJP
author img

By

Published : May 23, 2019, 6:00 PM IST

Updated : May 23, 2019, 8:36 PM IST

যোৰহাট ,23 মে' : যোৰহাটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ জয় । যোৰহাট লোকসভা সমষ্টিত প্ৰায় 92 হাজাৰ 6 শ 85 টা ভোটৰ ব্যৱধানত জয় লাভ কৰে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৷

প্ৰায় ডেৰমাহৰ নিৰ্বাচনী উৎকন্ঠাৰ অন্তত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ জয়লাভ ৷ পুৱা ৮ বজাৰ লগে লগে যোৰহাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ ভোটগণনা আৰম্ভ হয়। প্ৰায় কেইটা বিধান সভা সমষ্টিতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি যোৰহাট সংসদীয় সমষ্টিটো বিজেপিৰ দখলত আজুৰি আনিবলৈ সক্ষম হৈছে।আনুষ্ঠানিক ভাৱে এই এতিয়াও ঘোষণা হোৱা নাই যদিও নিশ্চিত হৈ পৰিছে প্ৰাৰ্থীগৰাকীৰ বিজয় ৷

Intro:Body:

শেষ হাঁহি বিজেপিৰ ।।যোৰহাট লৌক সভা সমষ্টিত প্ৰায় ৯০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত।।

প্ৰায় দেৰমাহৰ উৎকন্ঠাৰ অন্ত পৰিল আজি যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰসকলৰ।পুৱা ৮ বজাৰ লগে লগে যোৰহাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ ভোটগনণা আৰম্ভ হয়।লগতে যোৰহাটৰ  এই ভোট গনণা কেন্দ্ৰত যোৰহাট লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ  উপস্হিত হৈ জয় প্ৰায় নিশ্চিতৰ প্ৰাকক্ষণত কৰ্মী সমৰ্থকৰ লগত বিজয় উল্লাসত মিলিত হয় য'ত যোৰহাটৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাচাও সহযোগিতা আগবঢ়ায়।ইতিমধ্যে প্ৰায় কেইটা বিধান সভা সমষ্টিতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি যোৰহাট সংসদীয় সমষ্টিটো বিজেপিৰ দখলত আজুৰি আনিবলৈ সক্ষম হৈছে।

যোৰহাটৰ পৰা সাৰংগপাণি শইকীয়াৰ সহযোগত দীপক মুক্তিয়াৰ

ETV VARAT

Conclusion:
Last Updated : May 23, 2019, 8:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.