ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক হ’ব মূল ৰণনীতিঃ সুশান্ত বৰগোঁহাই - CAMPAIGNING

লোকসভা নিৰ্বাচনক লৈ বাৰুকৈয়ে তৎপৰ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই ৷ দেওবাৰে সমষ্টিটোৰ ভিন্ন অঞ্চলত কেইবাখনো প্ৰচাৰ সভাত অংশ লৈ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাৰ্থী গৰাকী ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক হ’ব মূল ৰণনীতিঃ সুশান্ত বৰগোঁহাই
author img

By

Published : Mar 24, 2019, 9:51 PM IST

যোৰহাট,24 মাৰ্চঃলোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ মৰিয়নিত দেওবাৰে নিৰ্বাচনী ৰণশিঙা বজাবলৈ উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই ৷ পুৱাৰে পৰা মৰিয়নি প্ৰায় বিশখনৰো অধিক নিৰ্বাচনী সভাত অংশ লৈ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে যুৱ নেতাগৰাকী ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক হ’ব মূল ৰণনীতিঃ সুশান্ত বৰগোঁহাই
বিধায়কক ৰূপজ্যোতি কুৰ্মীক সহযোগী হিচাপে লৈ বহুসংখ্যক কংগ্ৰেছী কৰ্মকৰ্তাক লগত লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ প্ৰচাৰৰ সময়ছোৱাত কেইবাটাও নামঘৰ,মছজিদ আৰু গীৰ্জাঘৰত আশীষ লোৱা দেখা গ’ল সুশান্ত বৰগোঁহাইক ৷ উল্লেখ্য যে, দেবেৰাপাৰ চাৰিআলিত মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰথমটো নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাটোৱেই নিৰ্বাচনী ইচ্ছু হ’ব বুলি উল্লেখ কৰে সুশান্ত বৰগোঁহায়ে ৷

Intro:মৰিয়নীত কংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা: ধৰ্মীয়অনুষ্ঠানত আশীৰ্বাদ লৈ প্ৰথমটো নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভাৰম্ভ কংগ্ৰেছী প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ।Body:লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী।যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নী ভিৰ কৰিছেহি নিৰ্বাচনী প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলে। কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে আজি পুৱাৰে পৰা বিছখনৰো অধিক নিৰ্বাচনী সভাত অংশ লয়। বিধায়ক ৰূপজ্যোতিক সহযোগী হিচাপে লৈ বহু সংখ্যক কংগ্ৰেছী কৰ্মকৰ্তাক লগত লৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে কংগ্ৰেছী প্ৰাৰ্থী গৰাকীয়ে। মৰিয়নীৰ কেইবাটাও নামঘৰ, মছজিদ আৰু গীৰ্জাঘৰত প্ৰাৰ্থনা কৰাও দেখা গল কংগ্ৰেছী প্ৰাৰ্থী গৰাকীক। আনহাতে দেবেৰাপাৰ চাৰিআলিত মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ প্ৰথমতো নিৰ্বাচনী কাৰ্য্যালয়ৰ ফিটা কাতি মুকলি কৰে প্ৰাৰ্থী বুঢ়াগোঁহাইয়ে। সাংবাদিকৰে হোৱা কথা বতৰা এইবাৰ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাটোৱেই তেওঁলোকৰ মূল বিষয় বুলি জানিব দিয়ে।

Bite :- Susanto Borgohain
Bitr:- Rupjyoti Kurmi

Ranjit Borah
MarianiConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.