ETV Bharat / state

টীয়কত ধুমুহাত বিধ্বস্ত ভ্ৰাম্যমান থিয়েটাৰৰ পেণ্ডেল

লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট।

টীয়কত বিধ্বস্ত ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল
author img

By

Published : Mar 6, 2019, 1:28 PM IST

টীয়ক,৬মাৰ্চঃ টীয়কত ধুমুহাই তচনচ কৰিলে ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল। টীয়কৰ বনাইত মঙলবাৰৰ পৰা আৰম্ভ হোৱা ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল বিধ্বস্ত কৰে এজাক প্ৰচণ্ড ধুমুহাই । প্ৰথম নিশাৰ দৰ্শনীৰ উদ্বোধনী অনুষ্ঠান চলি থকাৰ সময়তে সন্ধিয়া আঠবজাত শিলাবৃষ্টিত তচনচ হয় থিয়েটাৰৰ পেণ্ডেল ।

টীয়কত বিধ্বস্ত ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল

ইফালে ধুমুহাৰ সংহাৰত ভীতিগ্ৰস্ত হৈ থিয়েটাৰ চাবলৈ অহা দৰ্শকসকলে দৌৰা দৌৰি কৰাত আঘাতপ্ৰাপ্ত হয় বহু লোক । লগতে ধুমুহাৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি নষ্ট হৈছে বুলি জানিবলৈ দিছে থিয়েটাৰ কৰ্তৃপক্ষই ।

ধুমুহাই তচনচ কৰিলে ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল

:টীয়কৰ বনাইত মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল বিধ্বস্ত হয় সন্ধিয়া প্ৰায় ৮ মান বজাত অহা প্ৰচণ্ড ধুমুহাই ।প্ৰথম নিশাৰ দৰ্শনীৰ উদ্বোধনী অনুষ্ঠান চলি থকাৰ সময়তে অহা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত তচনচ হয় থিয়েটাৰ ৰ পেণ্ডেল ।বিধ্বংসী ধুমুহাৰ সংহাৰত ভয়ত বিহ্বল হৈ থিয়েটাৰ চাবলৈ অহা দৰ্শক সকল দৌৰা  দৌৰি কৰাত বহু লোক আঘাতপ্ৰাপ্ত হয় । ধুমুহাৰ ফলত থিয়েটাৰ কৃতপক্ষৰ ২০/২২ লাখ টকাৰ সা-সম্পত্তি নষ্ট হৈছে
বুলি জানিবলৈ দিছে ।ইপিনে সন্ধিয়াৰ ধুমুহাজাকে বনাই অঞ্চলৰ বিভিন্ন স্থানত গছ গছনি ভাগি অনিষ্ট সাধন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.