ETV Bharat / state

যোৰহাটৰ পৰা স্ব-গৃহলৈ উভতিব 400 গৰাকী আবদ্ধ লোক

ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে শনিবাৰে যোৰহাটৰ পৰা ৪০০ গৰাকী আবদ্ধ হৈ থকা লোক ডিব্ৰুগড়,নগাঁও আৰু শিৱসাগৰ জিলালৈ যাব ৷ যোৰহাটৰ এচ বি টিৰ পৰা এইসকল লোক স্ব-গৃহলৈ যাত্ৰা কৰিব ৷

author img

By

Published : Apr 25, 2020, 1:13 PM IST

state govt. send people to there respective home location during lock down
লক ডাউনঃ যোৰহাটৰ পৰা স্ব-গৃহলৈ উভতিব 400 গৰাকী আৱদ্ধ লোক

যোৰহাট, 25 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক ডাউনৰ ফলত আবদ্ধ হৈ পৰা বেলেগ জিলাৰ লোকসকলক স্ব-গৃহলৈ উভতি যাবলৈ চৰকাৰৰ ফালৰ পৰা 25, 26 আৰু 27 এপ্ৰিল তাৰিখে বিশেষ বাছৰ ব্যৱস্থা কৰাৰ লগতে ব্যক্তিগত বাহন থকা লোকসকলৰ বাবেও ব্যৱস্থা কৰিছে ই-পাছৰ ব্যৱস্থা ৷ ইতিমধ্যে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে এই প্ৰক্ৰিয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তত্বাৱধানত যোৰহাটৰ আবদ্ধ হৈ থকা অন্য ঠাইৰ লোকসকলক বাছযোগে পঠিয়াই থকা হৈছে ৷

যোৰহাটৰ পৰা স্ব-গৃহলৈ উভতিব 400 গৰাকী আবদ্ধ লোক

ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে শনিবাৰে যোৰহাটৰ পৰা ৪০০ গৰাকী আবদ্ধ লোক নিজ গৃহাভিমুখে যাত্ৰা কৰিব । যোৰহাটৰ এচ বি টিৰ পৰা লোকসকল স্ব-গৃহলৈ যাত্ৰা কৰিব ৷ ডিব্ৰুগড়,নগাঁও আৰু শিৱসাগৰ জিলালৈ যাব । আনহাতে শিৱসাগৰ আৰু মাজুলীৰ পৰা শনিবাৰৰ দিনটোত যোৰহাটলৈ আহিব আবদ্ধ হৈ থকা লোকসকল ৷

লগতে পঢ়ক : ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.