ETV Bharat / state

ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ - বোকা বিহু

ব'হাগৰ পহিলা দিনটোত যোৰহাটৰ ঢেকীয়াখোৱা ইন্দিৰা আৰ্দশ গাঁৱৰ গঞাই আনন্দ-উল্লাসৰ মাজেৰে পালন কৰিলে পৰম্পৰাগত বোকা বিহু

ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ
author img

By

Published : Apr 15, 2019, 12:55 PM IST

যোৰহাট,১৫ এপ্ৰিলঃ আজি ব'হাগ মাহৰ প্ৰথমটো দিন । সমগ্ৰ ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ। সকলো ফালে ৰঙালী বিহুৰ সুবাস। বিভিন্ন জাতি জনজাতিৰ মিলন ভূমি ৰাজ্যখনত হেপাঁহৰ ৰঙালীৰ আনন্দ। বহুজনে আকৌ বোকা বিহুৰে পালন কৰিছে বিহুৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ গাঁৱে-ভূঞে পৰম্পৰা ৰক্ষা কৰি পালন কৰে বোকা বিহু।

ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ

যোৰহাটৰ ঢেকীয়াখোৱা ইন্দিৰা আৰ্দশ গাঁৱৰ গঞাই পৰম্পৰাগত বোকা বিহু পালনৰ দৃশ্য। কুমাৰ সম্প্ৰদায়ৰ লোকসকলে হেঁপাহৰে পালন কৰে অসমীয়া সংস্কৃতিৰ অন্যতম এই বোকা বিহু। পৰম্পৰা অনুসৰি পূৰ্ব পুৰুষৰ দিনৰ পৰাই চলি আহিছে এই বোকা বিহু ৷

আজি বহাগৰ পহিলা দিন।।ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ।।বোকা বিহুৰে পালন হেপাঁহৰ বিহুটি।।

ৰংৰ ৰঙালী বিহুত গা সাতখন আঠখন এতিয়া।সকলো ফালে ৰঙালী বিহুৰ সুৱাস।
বিভিন্ন জাতি জনজাতিৰ মিলনভুমি ৰাজ্যখনত হেপাঁহৰ ৰঙালীৰ আনন্দ।ডেকা গাভৰু, বুঢ়া-বুঢ়ী, শিশু সকলো মতলীয়া বহাগৰ ৰংত।আজি অসমীয়া কেলেন্ডাৰ প্ৰথম দিন।পহিলা বহাগৰ প্ৰথম দিন।সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ গাৱে ভূঞে ৰঙালী বিহুৰ পালন।পৰম্পৰা ৰক্ষা কৰি পালন কৰিলে বোকা বিহু।যোৰহাটৰ ঢেকীয়াখোৱা ইন্দিৰা আৰ্দশ গাৱৰ গঞাই পালন কৰিলে পৰম্পৰাগত বোকা বিহু।বিভিন্ন সম্প্ৰদায়ৰ ভিতৰত অন্যতম কুমাৰ সম্প্ৰদায়ৰ লোক সকলে হেপাহৰে পালন কৰা বোকা বিহু অসমীয়া সংকৃতিয অন্যতম বিহু।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.