ETV Bharat / state

চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত "কচু" - ককাৰ হাতৰ পিটন

তিতাবৰত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত কৰায়ত্ত হ'ল কচু ৷ গৃহস্থ থকা অৱস্থাতে হাত চাফা কৰিবলৈ লোৱা কচুক খেদি খেদি কৰায়ত্ত কৰিলে ককাই ৷ পঢ়ক এই প্ৰতিবেদন ৷

চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত "কচু"
author img

By

Published : Sep 7, 2019, 8:55 PM IST

তিতাবৰ, 7 ছেপ্তেম্বৰঃ ককাৰ হাতৰ পিটন পাই কানত ধৰি চুৰি নকৰো বুলি ক'লে কচুৱে ৷ তিতাবৰৰ ন-আলি জিলা নামঘৰীয়াত সংঘটিত হয় এই ঘটনা ৷

চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত "কচু"

আচলতে এই কচু হৈছে এজন চোৰ ৷ তিতাবৰত গৃহস্থ থকা অৱস্থাতে স্কুটি চুৰি কৰিবলৈ লোৱাত গৃহস্থই পিছে পিছে খেদি কৰায়ত্ত কৰাৰ লগতে উত্তম মাধ্যম শোধাই গটাই দিয়ে আৰক্ষীক ৷ ৰাইজৰ ৰোষত পৰা চোৰটো যোৰহাট জিলাৰ পুলিবৰৰ সুভম শৰ্মা বুলি চিনাক্ত কৰে ৰাইজে ৷ ৰাইজৰ হাতত ধৰা পৰি ভৱিষ্যতে আৰু এনে কাম নকৰো বুলি শপত খোৱাৰ পিচতে ৰাইজে আৰক্ষীক গটাই দিয়ে সুভমক ৷ বৰ্তমানে তিতাবৰ আৰক্ষীৰ জিম্মাত আছে সুভম ৷

Intro:আজি টিভিৰ কায়দাৰে তিতাবৰ স্কুটি চোৰক কৰায়ত কৰিলে ৰাইজে । আগে আগে চুৰ পাছে পাছে ককা । ককাই ইমান পিটন দিলে যে কাণত ধৰি চোৰে নকৰো নকৰো কৈ দিলে।
এই ঘটনা ঘটিল তিতাবৰ ন আলি জিলা নামঘৰীয়া ওচৰত । প্ৰথম আমি যুবক জনক চিনাকি কৰাই দিওঁ যুবক জনৰ নাম সুবম শৰ্মা ওৰফে কচু । যুবক জনৰ ঘৰ যোৰহাট জিলাৰ পুলিবৰত স্কুটি চুৰি কৰিবলৈ আহিছে তিতাবৰ লৈ । কিন্তু আজি সুবম ভাগ্য বেয়া আজি সুবম গাত শনি লাগিল । Body:কিন্তু আজি দিন বেয়া আছিল যুৱ জনৰ স্কুটি চুৰি কৰি নি থকাৰ অবস্থাত ধৰা খালে যুৱ জন । ৰাইজে খেদি খেদি ধৰিলে আৰু ৰাইজে উত্তম মাধ্যম দি গতাই দিলে তিতাবৰ আৰক্ষীক । বৰ্তমান সুবম তিতাবৰ আৰক্ষী থানাৰ আলহী। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.