ETV Bharat / state

মৰিয়নীত উদযাপন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস - মৰিয়নী মহাবিদ্যালয়

দেওবাৰে মৰিয়নীত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ মৰিয়নী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাই অনুষ্ঠিত কৰে এই দিৱস ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মৰিয়নীৰ স্কুল সমূহৰ ছাত্ৰ ছাত্ৰী সকলক একত্ৰিত কৰি বিজ্ঞান শিক্ষাৰ আৱশ্যকতাৰ ওপৰত এক আলোকপাত কৰোৱা হয় ৷

science-day-celebration-at-mariani
মৰিয়নীত উদযাপন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
author img

By

Published : Feb 28, 2021, 9:45 PM IST

যোৰহাট,28ফেব্ৰুৱাৰীঃ দেওবাৰে মৰিয়নীত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ মৰিয়নী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাই অনুষ্ঠিত কৰে এই দিৱস ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মৰিয়নীৰ স্কুল সমূহৰ ছাত্ৰ ছাত্ৰী সকলক একত্ৰিত কৰি বিজ্ঞান শিক্ষাৰ আৱশ্যকতাৰ ওপৰত এক আলোকপাত কৰোৱা হয় ৷

ইয়াৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ তদুপৰি বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আৰু বিজ্ঞানৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞানগাৰত কেনেদৰে ব্যৱহাৰিক শ্ৰেণী সমূহ চলে তাৰ ওপৰত এক সম্যক জ্ঞান দিয়া হয় ৷

লগতে পঢ়কঃ চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.