ETV Bharat / state

অনুসূচিত জাতি যুৱ ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট - যোৰহাট

অসমৰ প্ৰায় ৪০ লাখ অনুসূচিত জাতি লোকৰ সৰ্ব্বাঙ্গীন উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত ৰাজ্যখনৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমূহক প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থাৰ দৰেই অনুসূচিত জাতিক স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ ।

FDTH
author img

By

Published : Mar 15, 2019, 1:57 PM IST

Updated : Mar 15, 2019, 2:12 PM IST

যোৰহাট, ১৫ মাৰ্চ: শুকুৰবাৰে যোৰহাটত নায্য প্ৰাপ্তিৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদে জিলা উপায়ুক্ত কাযালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য যে, অনুসূচিত জাতিক স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ব্যৱস্থা কৰা লগতে বিভিন্ন সময়ত চৰকাৰে জাতিটোৰ লোকসকলৰ কল্যাণৰ বাবে কোনোধৰণৰ সুদুৰপ্ৰসাৰী কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এতিয়াও উন্নতি হোৱা নাই অনুসূচিত জাতিৰ ।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতিশীঘ্ৰে জাতিটোৰ উন্নয়নৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণকৰে সংগঠনটোৱে।

অনুসূচিত জাতি যুৱ ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট

নায্যপ্ৰাত্তিৰ দাবীত অনুসূচিত জাতি যূৱ ছাত্র পৰিষদৰ অৱস্হান ধৰ্মঘট।।

অসমৰ প্ৰায় ৪০ লাখ অনুসূচিত জাতি লোকৰ সৰ্ব্বাঙ্গীন উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত ৰাজ্যখনৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমুহক প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থাৰ দৰেই অনুসূচিত জাতিক স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ব্যৱস্থা কৰা লগতে বিভিন্ন সময়ত চৰকাৰে জাতিটোৰ লোকসকলৰ কল্যাণৰ বাবে কোনোধৰণৰ সূদুৰ প্ৰসাৰী কাৰ্য্যব্যৱস্হা গ্ৰহণ নকৰাৰ ফলত আজিও অনুসূচিত জাতিৰ লোকসকলৰ জীৱন নিৰ্বাহ উন্নতি হোৱা নাই।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতিশীঘ্ৰে জাতি টোৰ উন্নয়নৰ বিভিন্ন দাবীত অনুসূচিত জাতি যূৱ ছাত্ৰ পৰিষদে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত দুঘন্টীয়া অৱস্হান ধৰ্মঘট কায্যসুচি গ্ৰহণ কৰে।
Last Updated : Mar 15, 2019, 2:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.