যোৰহাট,১০ ফেব্ৰুৱাৰীঃ আজি বাগদেৱী বীণাপাণিৰ পূজা।
বিদ্য়াৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত যোৰহাট
যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ চৌহদতো পূজাৰ উখল-মাখল পৰিৱেশ
বিদ্য়াৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত যোৰহাট
যোৰহাট,১০ ফেব্ৰুৱাৰীঃ আজি বাগদেৱী বীণাপাণিৰ পূজা।
আজি বাগদেৱী বীনাপানীৰ পূজা।।মহাবিদ্যালয় মহাবিদ্যালয়ত এতিয়া সৌন্দৰ্য্যৰ প্ৰতিফলন।।
শিক্ষাৰ দেৱী বীনাপানীৰ আজি পূজা।সৰস্বতীৰ পূজা মানেই যেন মহাবিদ্যালয়ৰ গতানুগতিক সাজপাৰ পৰা এটা দিন আতৰি নিজক সজোৱা বিশেষ দিনযেন।যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ চৌহদত পূজাৰ উখল-মাখল পৰিৱেশ।চেলফি লোৱাত ব্যস্ত একাংশৰ আৰু দেৱী আশীষ বিছাৰি দীপ জ্বৱোৱাত ব্যস্ত ছাত্রীৰ।।বাগদেৱীৰ আৰধানাত ব্যস্ত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ।মূঠৰ ওপৰত শিক্ষাৰ জীৱনৰ আতাইতকৈ গূৰুত্বপূৰ্ন দিনটোৰ প্ৰতিফলন সৌন্দৰ্যৰ।নাৰী তথা এগৰাকী যুৱতীৰ শিক্ষাই এখন ঘৰ নহয় দুখন ঘৰক শিক্ষীত কৰি তুলে।।