ETV Bharat / state

যোৰহাটত মুকলি চেনিটেৰী নেপকিনৰ উদ্যোগ - চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ কাৰখানা

মঙলবাৰে তিতাবৰত সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু ছালৰ উপযোগী মহিলাসকলৰ দ্বাৰা মহিলাসকলৰ বাবে প্ৰস্তুত কৰা চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ  উদ্যোগটো মুকলি কৰা হয় ৷ তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপস্থিত এই উদ্যোগ মুকলি কৰা হয় ।

চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ কাৰখানা মুকলি
author img

By

Published : May 28, 2019, 7:15 PM IST

যোৰহাট, 28 মে' : এগৰাকী নাৰী সুস্থ সবল হৈ থাকিলেহে একো একোটা পৰিয়াল আৰু সমাজ সুস্থ সবল হৈ থাকে ‌। প্ৰতি গৰাকী নাৰীক সুস্থ সবল কৰি তুলিব কাৰণে অসমৰ ভিতৰত তৃতীয় আৰু যোৰহাট জিলাৰ প্ৰথমটো চেনিটেৰী নেপকিন প্ৰস্তুতকৰণৰ উদ্যোগ মুকলি ৷ মঙলবাৰে তিতাবৰত সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু ছালৰ উপযোগী মহিলাসকলৰ দ্বাৰা মহিলাসকলৰ বাবে প্ৰস্তুত কৰা চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ উদ্যোগটো মুকলি কৰা হয় ৷ তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপস্থিত এই উদ্যোগ মুকলি কৰা হয় । অসম গ্ৰামীণ জীৱিকা মিচনৰ অধীনত তিতাবৰ মণ্ডল মহিলাসকলৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব এই নেপকিন ।

Intro:মহিলা সকলৰ বাবে সু খবৰ তিতাবৰত উপলব্ধ সখী ।বীজাণু মুক্ত সম্পূৰ্ণ স্বাস্থ্য সন্মত আৰু ছালৰ উপযোগী এই সখী ।মহিলা সকলৰ দ্বাৰা মহিলা সকলৰ বাবে প্ৰস্তুত কৰা হয় এই সখী ।চাওক আমাৰ এক প্ৰতিবেদন।এগৰাকী নাৰী সুস্থ সবল হৈ থাকিলেহে একো একোটা পৰিয়াল আৰু সমাজ সুস্থ সবল হৈ থাকে ‌। প্ৰতি গৰাকী নাৰীক সুস্থ সবল কৰি তুলিব কাৰণে অসমৰ ভিতৰত তৃতীয় আৰু যোৰহাট জিলাৰ প্ৰথম খন চেনিটেৰী নেপকিন কাৰখানা আজি শুভাৰম্ভ হয়।Body:তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয়ত আজি খণ্ড উন্নয়ন বিষয়া গৰাকীৰ উপস্থিত আজি আজি এই কাৰখানা খনৰ শুভাৰম্ভ কৰা হয়। অসম গ্ৰামীণ জীৱিকা মিচনৰ অধীনত তিতাবৰ মণ্ডল মহিলা সকলৰ দ্বাৰা প্ৰস্তুত কৰা হব এই নেপকিন । মহিলা সকল স্বভালম্বী হৱ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.