ETV Bharat / state

মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

author img

By

Published : May 14, 2021, 5:02 PM IST

বৃহস্পতিবাৰে মাজুলীৰ গড়মুৰস্থিত আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷

মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ
মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

মাজুলী, 14 মে’: মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে বৃহস্পতিবাৰে মাজুলী ভ্ৰমণলৈ আহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে মাজুলীৰ গড়মুৰস্থিত আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী ড৹ শৰ্মাক সাক্ষাৎ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি, ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনাবলৈ আহিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ আনকি মাজুলীৰ উন্নয়নৰ খাতিৰত যেনেকৈ সহায়-সহযোগীতা বিচাৰে, তেনেকৈয়ে সহায় কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি সঘনে চৰ্চালৈ আহিছে যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু অতি ক্ষীঘ্ৰেই যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত ৷ কিন্তু সংবাদমাধ্যমৰ আগত এই ক্ষেত্ৰত ৰাজনৈতিক কিছু ব্যক্তব্য ৰখাৰ পৰা বিৰত থাকিল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷

লগতে পঢ়ক: ডিগবৈ টিংৰাই বজাৰত গ্ৰেনেট বিস্ফোৰণ, নিহত 1

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.