- যোৰহাটৰ জে বি কলেজৰ ৰেগিং কাণ্ডৰ লগত জড়িত ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ শাস্তি ঘোষণা (Jagannath Barooah College)
- ছৈয়দ আব্দুল মালিক ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী অংকুৰ চাউদাঙক হোষ্টেলত আজীৱন প্ৰৱেশ নিষেধ (JB College ragging incident)
- জিন্টু ছেত্ৰী, বিশাল ৰংপি, বিক্ৰমাদিত্য বৰা আৰু আকাশ জ্যোতি শইকীয়াক ছাত্ৰাবাসৰৰ পৰা বহিষ্কাৰ (Expulsion from hostel)
- লগতে বিক্ৰমাদিত্য বৰাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদ খাৰিজ (Anti ragging committee announced punishment)
- চুমিত ৰায় নামৰ ছাত্ৰজনৰো ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদ খাৰিজ
- অভিযুক্ত অন্য তিনিজনৰ বিৰুদ্ধে প্ৰমাণ পোৱা নগল যদিও তেওলোকক সতৰ্কবাণী প্ৰদান
- প্ৰণৱজ্যোতি চেতিয়া নামৰ ভুক্তভোগী ছাত্ৰজনে উল্লেখিত ছাত্ৰকেইজনৰ বিৰুদ্ধে ৰেগিং কাণ্ডৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল
- ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষই ৰেগিং কাণ্ডৰে জড়িত থকাসকলৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত দাখিল কৰিছিল এজাহাৰ