ETV Bharat / state

বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

তিতাবৰৰ বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক মহিলাৰ ৷ কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্বত বৰহোলা চাহ বাগিচাৰ পৰা বৰহোলা তিনিআলি পৰ্যন্ত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷

বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Nov 1, 2019, 9:21 PM IST

তিতাবৰ, 1 নৱেম্বৰঃ তিতাবৰৰ বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক মহিলাৰ ৷ কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্বত বৰহোলা চাহ বাগিচাৰ পৰা বৰহোলা তিনি আলিলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, এই বিত্তীয় প্ৰতিষ্ঠানে যদি নিজৰ সুদৰ হাৰ 26% কম নকৰে তেতিয়ালৈ বৰহোলাৰ কোনো মহিলাই নিজৰ সুত পৰিশোধ নকৰে ।

ইমানেই নহয়, মাইক্ৰ’ ফাইনেন্স ব্যৱস্থাই গ্ৰাম্য অৰ্থনীতিক ধ্বংস কৰাৰ লগতে গাঁৱৰ মহিলাসকলৰ সম্প্ৰীতিৰ এনাজৰীডাল ভঙাৰ প্ৰৱণতা কঢ়িয়াইছে বুলি মন্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি মাইক্ৰ’ ফাইনেন্স কোম্পেনীক সম্পূৰ্ণ ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি ঋণ প্ৰদান কৰাৰো আহ্বান জনায় ৷ উল্লেখ্য যে, মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বৰহোলাৰ তিনিজন লোকে বিগত দিনত আত্মহত্যাৰ পথ বাছি লৈছিল ৷

বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

আৰু পঢ়কঃ দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা

Intro:আজি তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাত মাইক্ৰ ফাইনেচৰ শোষণ নীতিৰ বিৰুদ্ধে উলাই আহিছে গাঁৱৰ শ শ মহিলা। বন্ধন ,R J B M l,MTউজ্জ্বিবন এই মাইক্ৰ ফাইনেচৰ বিৰুদ্ধে আজি সৰব জাতীয় সংগঠন ।আজি জাতীয় সংগঠনৰ নেতৃত্বত বৰহোলা চাহ বাগিচাৰ পৰা বৰহোলা তিনি আলি হৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। আজি এক ৰাজহুৱা সভা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এই বৃত্তিয় প্ৰতিষ্ঠানে যদি নিজৰ সুৰ হাৰ 26% কম নকৰে তেতিয়ালৈ বৰহোলা কোনো মহিলাই নিজৰ সুত পৰিশোধ নকৰে । আজি এই সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।Body:আজি বৰহোলা চাহ বাগিচাৰ খেল পথাৰ প্ৰায় 5000 হাজাৰ মহিলা গোট খাই আৰু তেওঁ মাইক্ৰ ফাইনেচক যদি সুদৰ কিস্তি দিব নোৱাৰে তেতিয়া না না বিপদৰ সন্মুখীন হোৱা দেখা যায় এই কথা কলে আজি etv ভাৰত কেমেৰ সন্মুখত কি দৰে তেওঁ লোকৰ ঘৰ পৰা ছাগলী গৰু ঘৰ টিন পাত নিয়া হয় সকলো কলে আমাৰ কেমেৰা আগত।বৰহোলা আজি লৈ কিস্তি ঘূৰাই দিব নোৱাৰিতিনি জন লোক আত্মহত্যা পথ বাছি লৈছে। Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.