যোৰহাট,৯ ফেব্ৰুৱাৰীঃ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথ ভাৱে ক'লা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিবলৈ নিদিয়ে বুলি মন্তব্য় কৰে প্ৰতিবাদকাৰীয়ে
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
যোৰহাট,৯ ফেব্ৰুৱাৰীঃ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথ ভাৱে ক'লা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।
Body:যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথ ভাৱে কলা পতাকা উৰোৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন তীব্ৰ প্ৰতিবাদ কৰে জাতীয় সংগঠন দুয়োটাই।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিব নিদিয়ে ।উল্লেখযোগ্য যে দুয়োটা জাতীয় সংগঠনৰ অৰ্ধশতাধীক কৰ্মীয়ে জিলা উপযুক্ত কায্যলয়ৰ সন্মুখত কলা পতাকা উৰুৱাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
Conclusion:জাতীয় জীৱনৰ অস্তিত্বৰ সংকট আনিব পৰা জাতি ধ্বংসী বিধেয়ক বাতিল নকৰিলে অনাগত সময়ত ৰাজ্যখনৰ পৰিস্থিতি অধিক অৱনতি হোৱাটো নিশ্চিত।