ETV Bharat / state

মৰিয়নীত স্থাপন বিদ্যুৎ বিতৰণ উপকেন্দ্ৰ

5000 টা পৰিয়াল সুবিধাৰ্থে মৰিয়নীত স্থাপন বিদ্যুৎ বিতৰণ উপকেন্দ্ৰ । বহু কেইগৰাকী ব্যক্তিৰ উপস্থিতিত মুকলি কৰা হয় কেন্দ্ৰটো ৷

power-distribution-substation-set-up-at-mariyani
মৰিয়নীত স্থাপন বিদ্যুৎ বিতৰণ উপকেন্দ্ৰ
author img

By

Published : Jan 6, 2021, 5:41 PM IST

যোৰহাট, 6 জানুৱাৰী : 5000 টা পৰিয়াল সুবিধাৰ্থে মৰিয়নীত স্থাপন কৰা হল বিদ্যুৎ বিতৰণ উপকেন্দ্ৰ । বুধবাৰে মৰিয়নীৰ গাভৰু অঞ্চলত 33/11 কে.ভি. বিদ্যুৎ বিতৰণ উপকেন্দ্ৰৰ শুভ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হয় । এই কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, এ ই জি চি এলৰ এম ডি ধ্ৰুৱজ্যোতি হাজৰিকা, এ পি ডি চি এলৰ মুখ্য পৰিচালক দেৱজিৎ দাস, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাষিক সংখ্যালঘূ বৰ্ডৰ চেয়াৰমেন তথা মৰিয়নীৰ প্ৰাক্তন বিধায়ক আলোক ঘোষকে আদি কৰি বহু কেইগৰাকী লোক উপস্থিত থাকে ।

মৰিয়নীত স্থাপন বিদ্যুৎ বিতৰণ উপকেন্দ্ৰ

এই বিদ্যুৎ বিতৰণ উপকেন্দ্ৰৰ জৰিয়তে হেমলাই, গাভৰু, চেলেং চাহ বাগিচা সমূহৰ উপৰিও প্ৰায় পাঁচ হাজাৰটা পৰিয়াল উপকৃত হোৱাৰ কথা জানিব দিয়ে তপন গগৈয়ে । আনহাতে, আগন্তুক দিনত প্রতিটো ঘৰতে বিদ্যুৎ সংযোগ হোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে । এ ই জি চি এলৰ এম ডি ধ্ৰুৱজ্যোতি হাজৰিকাই বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ থাকিলে 1912 নম্বৰত ফোন কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব সৌৰভ গাংগুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.