ETV Bharat / state

পৰিৱৰ্তন ! ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত চপৰা চপৰে খহিছে নিৰ্মীয়মান চিকিৎসালয়ৰ বেৰ

চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আধা সম্পূৰ্ণ হোৱাৰ পিচত চপৰা চপৰে খহি পৰিল নিৰ্মীয়মান পকী বেৰখন। নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী সমূহ অতি নিম্নমানৰ হোৱা বাবে এনে হোৱা বুলি মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ বিধায়কগৰাকীৰ ।

author img

By

Published : Nov 4, 2019, 8:43 PM IST

চপৰা চপৰে খহিছে নৱনিৰ্মিত চিকিৎসালয়ৰ বেৰ

মৰিয়নী, 4 নৱেম্বৰ: চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা মৰিয়নীৰ নাগিনীজান চাহ বাগিচাৰ চিকিৎসালয়খনৰ কাম অতি নিম্নমানদণ্ডৰ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। নিম্নমানদণ্ডৰ হোৱা হেতুকে চপৰে চপৰে খহিছে চিকিৎসালয়খনৰ বেৰ ৷ সেয়ে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ৷ চলিত বৰ্ষৰ 15 ছেপ্টেম্বৰত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ ,ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা প্ৰমুখ্যে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত নাগিনীজান চাহ বাগিচাত প্ৰায় ১কোটি ৩৭ লাখ টকাৰ ব্যয় সাপেক্ষে এখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

কিন্তু চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আধা সম্পূৰ্ণ হোৱাৰ পিচত চপৰা চপৰে খহি পৰিল নিৰ্মীয়মান পকী বেৰখন। অতি নিম্নমাণ্ডৰ সামগ্ৰীয়ে নিৰ্মানকাৰ্য সম্পন্ন কৰাৰ বাবে হোৱা এনেদৰে চিকিৎসালয়ৰ বেৰ খহি পৰা বুলি মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে নিৰ্মাণৰ কাম শীঘ্ৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে । আনহাতে স্থানীয় বিজেপিৰ কৰ্মকতাই চিকিৎসালখনৰ নিৰ্মাণৰ কাম অতি নিম্নমানদণ্ডৰ হোৱাৰ কথা স্বীকাৰ কৰিছে । এই নিম্নমানদণ্ডৰ কামৰ ওপৰত বিধায়ক কুৰ্মীয়ে তদন্তৰ দাবী জনায় আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত কাম আৰম্ভ নকৰিবলৈ সকীয়াই দিয়ে।

Intro:MARIANI HOSPITAL

চুলেই খহি পৰে পকী ৱাল: নির্মাণকাৰ্য বন্ধ কৰাই বিধায়ক কুৰ্মীয়ে।

মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত নৱনিৰ্মীয়মান চিকিৎসালয়ৰ নিৰ্মাণৰ কাম অতি নিম্নমানদণ্ডৰ হোৱাৰ অভিযোগ উত্থাপন কৰি নিৰ্মান কাৰ্য বন্ধ কৰালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যোৱা 15 ছেপ্টেম্বৰ তাৰিখে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ ,ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা কে প্ৰমুখ্যে কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতি মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত প্ৰায় ১কোটি ৩৭ লাখ টকাৰ ব্যয় সাপেক্ষে এখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু চিকিৎসালয় খনৰ নিৰ্মান কাৰ্য আৰম্ভ কৰোঁতেই কেনা লাগিল। অতি নিম্নমানৰ সামগ্ৰীৰ দ্বাৰা নিৰ্মান কাৰ্য আৰম্ভ কৰাৰ ফলত চপৰা চপৰে খহি পৰিল নিৰ্মীয়মান পকী ৱাল। নিৰ্মান কাৰ্যত ব্যৱহিত সামগ্ৰী সমূহ অতি নিম্নমাণ্ডৰ বুলি গম পায় বিধায়ক কুৰ্মীয়ে নিৰ্মাণৰ কাম বন্ধ কৰোৱাৰই। স্থানীয় বিজেপিৰ কৰ্মকতাই নিৰ্মান কাৰ্য অতি নিম্নমানদণ্ডৰ হোৱাৰ কথা স্বীকাৰ কৰে। এই নিম্নমানদণ্ড কামৰ ওপৰত বিধায়ক কুৰ্মীয়ে তদন্তৰ দাবী জনায় আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত কাম আৰম্ভ নকৰিবলৈ সকীয়াই দিয়ে।

Bite :- MLA
BITE :- BJP WARD MEMBER

RANJIT BORAH
MARIANI
Body:MARIANI HOSPITAL

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.