ETV Bharat / state

যোৰহাটত "পুলিচ কমডেচন ডে" উপলক্ষে বিশেষ কাৰ্যসূচী - যোৰহাট নগৰৰ বৰুৱা চাৰি আলিৰ পৰা নিৰ্মল চাৰিআলি লৈকে ৰূপায়ন

ৰাইজৰ বাবে আগবঢ়োৱাৰ সেৱাৰ মাজতে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ আৰক্ষী জোৱান সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পালন কৰা হয় এই বিশেষ দিৱসটো ৷

Police commemoration day at Jorhat
যোৰহাটত "পুলিচ কমডেচন ডে" উপলক্ষে বিশেষ কাৰ্যসূচী
author img

By

Published : Oct 30, 2020, 7:33 PM IST

যোৰহাট, 30 অক্টোবৰ: "পুলিচ কমডেচন ডে" উপলক্ষে যোৰহাট আৰক্ষীৰ বিশেষ কাৰ্যসূচী ৷ শুকুৰবাৰে এই দিৱসৰ লগত সংগতি ৰাখি,আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত যোৰহাট নগৰৰ বৰুৱা চাৰি আলিৰ পৰা নিৰ্মল চাৰিআলি লৈকে ৰূপায়ন কৰা হয় বেণ্ড প্ৰদৰ্শনী কাৰ্যসূচী ৷ ৰাইজৰ বাবে আগবঢ়োৱাৰ সেৱাৰ মাজতে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ আৰক্ষী জোৱান সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পালন কৰা হয় এই বিশেষ দিৱসটো ৷

যোৰহাটত "পুলিচ কমডেচন ডে" উপলক্ষে বিশেষ কাৰ্যসূচী

উল্লেখ্য যে,উক্ত অনুষ্ঠানৰ জড়িয়তে ক'ভিড মহামাৰীৰ সময়ত পালন কৰিবলগীয়া সাৱধানতাৰ বিষয়েও বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে যোৰহাট আৰক্ষীয়ে ৷ লগতে কৰ'ণা মহামাৰীৰ ফলত মৃত্যু হোৱা লোক সকলৰ আত্মাৰ সদ্গতি কামনা কৰে আৰক্ষীৰ জোৱান সকলে ৷

লগতে পঢ়কঃ বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.