ETV Bharat / state

তিতাবৰত বিশেষভাৱে সক্ষম লোকৰ ভোটাৰ তালিকাৰ শুধৰণি

শনিবাৰে তিতাবৰত জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত সজাগতা সভাৰ আয়োজন ৷ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত ভোটাৰ তালিকাৰ শুধৰণি সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এক সজাগতা সভাৰ ৷

physically handicap people voter lists correction
তিতাবৰত বিশেষভাৱে সক্ষম লোকৰ ভোটাৰ তালিকাৰ শুধৰণি
author img

By

Published : Dec 13, 2020, 12:31 PM IST

তিতাবৰ,13 ডিচেম্বৰ : যোৰহাটৰ তিতাবৰত শনিবাৰে জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত ভোটাৰ তালিকাৰ শুধৰণি সন্দৰ্ভত অনুষ্ঠিত হয় এক সজাগতা সভা ৷

তিতাবৰ উন্নয়ন খণ্ডৰ অতিথিশালাত অনুষ্ঠিত হোৱা এই সজাগতা সভাত উপস্থিত থাকে তিতাবৰৰ মহকুমাধিপতি খনিন্দ্ৰ দাস, শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰণৱ বৰা, তিতাবৰ জিলা নিৰ্বাচনী বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷

তিতাবৰত বিশেষভাৱে সক্ষম লোকৰ ভোটাৰ তালিকাৰ শুধৰণি

ইয়াৰোপৰি এক ব্যক্তিগত সংবাদ মাধ্যমৰ দ্বাৰা আয়োজিত ‘আকাশ চুবৰ মন’ অনুষ্ঠানৰ শ্ৰেষ্ঠ বঁটা প্ৰাপক বুবুল নেওগে বিশেষভাৱে সক্ষম লোকসকলক উৎসাহ জগাই সংগীত পৰিবেশন কৰে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত পশুৰ এনথ্ৰাস্ক ৰোগৰ প্ৰতিষেধক প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.