মৰিয়নী,11 এপ্ৰিলঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত ভোট বৰ্জন ক্ষোভিত চিনাতলীবাসীৰ ৷ হাতে-হাতে দা,কুঠাৰ লৈ পথ মেৰামতিত ব্যস্ত গাঁওবাসী ৷ স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা মৰিয়নী চিনাতলী গাঁওবাসীয়ে অন্য পাঁচখন গাঁও সংযোগী মূল পথটোৰ বাবে ভুগি আহিছে হাৰাশাস্তি। মেৰামতিৰ অভাৱত জহি-খহি যোৱা পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী আৰু বৰ্তমানৰ যোৰহাট লোকসভা সাংসদৰ প্ৰাৰ্থী তপন গগৈকো লগ কৰিছিল গাঁওবাসীয়ে ৷ সেইমৰ্মে লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী গগৈয়ে। কিন্তু প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ ক্ষোভত আজি ভোটদানৰ পৰা বিৰত থাকে গাঁওবাসী ৷ সেয়েহে চৰকাৰে কৰা প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লয় মৰিয়নীৰ চিনাতলী গাঁওবাসীয়ে ।
চৰকাৰৰ প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জন চিনাতলীবাসীৰ - মৰিয়নী
স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা মৰিয়নী চিনাতলী গাঁওবাসীয়ে অন্য পাঁচখন গাঁও সংযোগী মূল পথটোৰ বাবে ভূগি আহিছে হাৰাশাস্তি । সেয়েহে চৰকাৰে কৰা প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লয় মৰিয়নীৰ চিনাতলী গাঁওবাসীয়ে ।
![চৰকাৰৰ প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জন চিনাতলীবাসীৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2970514-thumbnail-3x2-mar.jpg?imwidth=3840)
মৰিয়নী,11 এপ্ৰিলঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত ভোট বৰ্জন ক্ষোভিত চিনাতলীবাসীৰ ৷ হাতে-হাতে দা,কুঠাৰ লৈ পথ মেৰামতিত ব্যস্ত গাঁওবাসী ৷ স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা মৰিয়নী চিনাতলী গাঁওবাসীয়ে অন্য পাঁচখন গাঁও সংযোগী মূল পথটোৰ বাবে ভুগি আহিছে হাৰাশাস্তি। মেৰামতিৰ অভাৱত জহি-খহি যোৱা পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী আৰু বৰ্তমানৰ যোৰহাট লোকসভা সাংসদৰ প্ৰাৰ্থী তপন গগৈকো লগ কৰিছিল গাঁওবাসীয়ে ৷ সেইমৰ্মে লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী গগৈয়ে। কিন্তু প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ ক্ষোভত আজি ভোটদানৰ পৰা বিৰত থাকে গাঁওবাসী ৷ সেয়েহে চৰকাৰে কৰা প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লয় মৰিয়নীৰ চিনাতলী গাঁওবাসীয়ে ।
Body:MARIANI VOTE BORJON
ভোট বৰ্জন চিনাতলী গাঁওবাসীৰ : হাতে হাতে দা কুঠাৰ লৈ পথ মেৰামতিত ব্যস্ত গাঁওবাসী।
চৰকাৰে কৰা প্ৰতাৰণাত ক্ষোভিত হৈ ভোটদানৰ পৰা বঞ্চিত থাকে মৰিয়নীৰ চিনাতলী গাঁও বাসী। স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা মৰিয়নী চিনাতলী গাঁও বাসীয়ে, তেওঁলোকৰ গাঁওৰ সহিতে অন্য পাঁচ খন গাঁও সংযোগী মূল পথটিৰ ফলত বহু কষ্টৰ সন্মুখীন হৈছে। মেৰামতিৰ অভাৱত জহি খহি যোৱা পথটি নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী আৰু বৰ্তমানৰ যোৰহাট লোকসভা সাংসদৰ প্ৰাৰ্থী তপন গগৈক লগ কৰিছিল। প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী গগৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটি নিৰ্মান কৰি দিয়াৰ। কিন্তু প্ৰতিশ্ৰুতি ফুকুকাৰ ফেনত পৰিণত হোৱাৰ ক্ষোভত আজি ভোট দানৰ পৰা বিৰত থাকে গাঁও বাসী
Bite :-
Ranjit Borah
MarianiConclusion: