ETV Bharat / state

যোৰহাটত প্ৰথমটো কোভিড-19 পৰীক্ষাগাৰ উদ্ধোধন - মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে যোৰহাটত CSIR NEST ত কোভিড-19 পৰীক্ষাগাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

opening covid  testing lab at jorhat
যোৰহাটত প্ৰথমটো কোভিড-19 পৰীক্ষাগাৰ উদ্ধোধন
author img

By

Published : May 30, 2020, 6:09 PM IST

যোৰহাট,30মেঃ যোৰহাট তথা ৰাজ্যবাসীৰ বাবে সু খৱৰ সংযোজিত হল আৰু এটা কোভিড- ১৯ পৰীক্ষাগাৰ। যোৰহাটৰ CSIR NEST ত আনুষ্ঠানিকভাৱে শনিবাৰৰ পৰা মুকলি হয় এই পৰীক্ষাগাৰ আনুষ্ঠানিকভাৱে শুড উদ্ধোধন কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

opening covid  testing lab at jorhat
যোৰহাটত প্ৰথমটো কোভিড-19 পৰীক্ষাগাৰ উদ্ধোধন

এতিয়াৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে CSIR NEST ৰ পৰীক্ষাগাৰটো পৰীক্ষা কৰা হব কোভিড -১৯ ৰ স্বাৱৰ নমুনা। ব্যক্তি সকলৰ নমুনা সমূহ সংগ্ৰহ কৰা হব যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰু তাৰ পিছত এই পৰীক্ষা গাৰত পৰীক্ষা কৰা হব।

চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰত এইটো প্ৰথমটো পৰীক্ষাগাৰ বৰ্তমানৰ লৈকে ৮৫ হাজাৰ লোকৰ কোভিড- ১৯ ৰ পৰীক্ষা কৰা হৈছে ৰাজ্যত। দুই তিনি দিনৰ ভিতৰতে ১ লাখ লোকৰ নমুনা পৰীক্ষা অতিক্ৰম কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে ১৫ জুনৰ ভিতৰত ৰাজ্যত ১২টা কোভিড -১৯ পৰীক্ষা গাৰ হবগৈ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ 'বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব আমেৰিকাই', জানক কিয়?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.