মৰিয়নী, 20 মে' : মৰিয়নী দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভেলেউগুৰিত নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী পিক আপ ভানৰ খুন্দাত মৃত্যু হয় এজন যুৱকৰ ৷ দেবেৰাপাৰৰ পৰা মৰিয়নী দিশে তীব্ৰ বেগত আহি থকা গাড়ীখনে ভেলেউগুৰিৰ ধোদৰ আলিৰ দাঁতিত থকা এটা জিৰণী চৰাত খুন্দা মাৰে। সেই সময়ত জিৰণীচ'ৰাত মৃত দেৱজিতসহ আৰু দুজন যুৱক বহি আছিল। তীব্ৰবেগত অহা পিকআপ ভানখনে জিৰণী চ'ৰাত বহি থকা দেৱজিতক খুন্দা মৰাত থিতাতে তেওঁৰ মৃত্যু হয় আৰু অন্য দুজন যুৱকে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। গাড়ীখনৰ তীব্ৰ খুন্দাত জিৰণী চ'ৰাটো ভঙাৰ লগতে কাষতে থকা দুখনকৈ স্কুটি মহতিয়াই লৈ যায় ৷ ইপিনে দুৰ্ঘটনাৰ পাচতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
মৰিয়নীত নিশা পথ দুৰ্ঘটনা: নিহত এজন - নিশা পথ দুৰ্ঘটনা
মৰিয়নীৰ ভেলেউগুৰিত নিশা পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী পিকআপ ভানৰ খুন্দাত মৃত্যু এজন যুৱকৰ ৷ ভেলেউগুৰিৰ ধোদৰ আলিৰ দাঁতিত থকা এটা জিৰণী চৰাত খুন্দা পিকআপ ভানৰ ৷
মৰিয়নী, 20 মে' : মৰিয়নী দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভেলেউগুৰিত নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী পিক আপ ভানৰ খুন্দাত মৃত্যু হয় এজন যুৱকৰ ৷ দেবেৰাপাৰৰ পৰা মৰিয়নী দিশে তীব্ৰ বেগত আহি থকা গাড়ীখনে ভেলেউগুৰিৰ ধোদৰ আলিৰ দাঁতিত থকা এটা জিৰণী চৰাত খুন্দা মাৰে। সেই সময়ত জিৰণীচ'ৰাত মৃত দেৱজিতসহ আৰু দুজন যুৱক বহি আছিল। তীব্ৰবেগত অহা পিকআপ ভানখনে জিৰণী চ'ৰাত বহি থকা দেৱজিতক খুন্দা মৰাত থিতাতে তেওঁৰ মৃত্যু হয় আৰু অন্য দুজন যুৱকে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। গাড়ীখনৰ তীব্ৰ খুন্দাত জিৰণী চ'ৰাটো ভঙাৰ লগতে কাষতে থকা দুখনকৈ স্কুটি মহতিয়াই লৈ যায় ৷ ইপিনে দুৰ্ঘটনাৰ পাচতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
তীব্ৰবেগী বাহনৰ খুন্দাত এজন নিহত : অঞ্চলজুৰি তীব্ৰ উত্তেজনা।
Body:তীব্ৰবেগী বাহনৰ খুন্দাত এজন নিহত : অঞ্চলজুৰি তীব্ৰ উত্তেজনা।
নিশা মৰিয়নী দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভেলেউগুৰিত এখন তীব্ৰবেগী পিক আপৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়। দেবেৰাপাৰৰ পৰা মৰিয়নী দিশে তীব্ৰ বেগত আহি থকা এখন বলেৰ পিকআপ গাড়ীয়ে ভেলেউগুৰিৰ ধোদৰ আলিৰ দাঁতিত থকা এটা জিৰণি চৰাত খুন্দা মাৰে। সেই সময়ত জিৰণিচৰা ত দেৱজিত সহিতেআৰু দুজন যুৱক বহি আছিল। তীব্ৰবেগত অহা পিকআপ খনে জিৰণি চৰাত বহি থকা দেৱজিতক খুন্দা মৰাত থিতাতে তেওঁৰ মৃত্যু হয় আৰু অন্য দুজন যুৱকে কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয়। গাড়ীখনৰ তীব্ৰ খুন্দাৰ ফলত জিৰণি চৰাটো ভঙাৰ লগতে কাষতে থকা দুখনকৈ স্কুতি মহতিয়াই লৈ যায়। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Ranjit Borah
MarianiConclusion: