ETV Bharat / state

যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

author img

By

Published : Mar 8, 2021, 2:27 PM IST

Updated : Mar 8, 2021, 5:37 PM IST

সোমবাৰে মিত্ৰজোঁটৰ হৈ যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে অসম বিধান সভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ দলে-বলে এক বৃহৎ সমদলৰ মাজেৰে যোৰহাট জিলা ৰিটানিং বিষয়া ৰশ্মি অপাৰঞ্জী কৰাটীৰ ওচৰত মনোনয়ন দাখিল কৰিলে যোৰহাটৰ সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

nomination-by-hitendranath-goswami
যোৰহাটত মনোনয়ন পত্ৰ দাখিল মিত্ৰজোঁটৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ

যোৰহাট,8 মাৰ্চ:ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকল ৷ ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব ৷ সোমবাৰে মিত্ৰজোঁটৰ হৈ যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে অসম বিধান সভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

দলে-বলে এক বৃহৎ সমদলৰ মাজেৰে যোৰহাট জিলা ৰিটানিং বিষয়া ৰশ্মি অপাৰঞ্জী কৰাটীৰ ওচৰত মনোনয়ন দাখিল কৰিলে যোৰহাটৰ সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ ইপিনে,মনোনয়ন দাখিলৰ সময়ত গোস্বামীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ উল্লেখযোগ্য যে,ক'ভিড প্ৰটকল মানি মনোনয়ন পত্ৰ দাখিল কৰা সময়ত তিনি জনকৈ অধিক লোকক যাবলৈ দিয়া হোৱা নাই‌ ৷

লগতে পঢ়কঃকলিয়াবৰত নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ

Last Updated : Mar 8, 2021, 5:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.