ETV Bharat / state

প্ৰস্ৰাৱগাৰ অবিহনেই বৰ্তি আছে ৰাজ্যৰ আগশাৰীৰ ৰে'ল জংচন

শত বছৰ গৰকা মৰিয়নী ৰেল জংচনত ৰে'ল বিভাগৰ কাণ্ডজ্ঞানহীনতা ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৬ মাহৰ পাচতো যাত্ৰীৰ বাবে মুকলি কৰি দিয়া নাই প্ৰস্ৰাৱগাৰ ৷ হাহাকাৰ ৰেলযাত্ৰীৰ ৷

author img

By

Published : Apr 21, 2019, 12:06 AM IST

মৰিয়নী ৰেল জংচন

যোৰহাট, 20 এপ্ৰিলঃ শত বছৰ গৰকা মৰিয়নী ৰেল জংচনত ৰে'ল বিভাগৰ কাণ্ডজ্ঞানহীনতা ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৬ মাহৰ পাচতো যাত্ৰীৰ বাবে মুকলি কৰি দিয়া নাই প্ৰস্ৰাৱগাৰ ৷ হাহাকাৰ ৰেলযাত্ৰীৰ । মৰিয়নী ৰে'ল জংচনত উজনি অসমলৈ অহা যোৱা কৰা প্ৰত্যেকখন সৰু বৰ ৰে’লেই এই জংচনত ৰোৱাৰ ফলত দিনে নিশাই যাত্ৰীৰ ভিৰ পৰিলক্ষিত হয় ৷ যাত্ৰী সকলৰ সুবিধাৰ্থে জংচনত থকা একমাত্ৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয় প্ৰায় সাত মাহ পূৰ্বে নতুনকৈ বনাবলৈ ভাঙি দিয়ে ৷ অতি ক্ষিপ্ৰতাৰে ৰে'ল বিভাগে প্ৰায় এমাহৰ ভিতৰতে প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে যদিও ৰে’লৱে মহাপ্ৰবন্ধক মৰিয়নীলৈ অহাৰ পাচতে যাত্ৰীৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লয় ৰে’লবিভাগে । বিগত ছমাহ ধৰি মহাপ্ৰবন্ধক গৰাকী মৰিয়নীলৈ অহাৰ সময়সূচী সলনি হৈ বৰ্তমান সময়লৈকে মহাপ্ৰবন্ধক গৰাকী নহাত যাত্ৰী সকলৰ বাবে এই প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো মুকলি কৰি দিয়া নাই । ফলত অসুবিধাৰ সন্মুখীন হৈছে দূৰ দূৰণিৰ যাত্ৰী সকল ।

Intro:শত বছৰ গৰকা ৰেল জংচনত ৰেল বিভাগৰ তুগলকী কাণ্ড : নিৰ্মান সম্পূৰ্ণ হোৱাৰ ৬মাহৰ পাছতো যাত্ৰীৰ বাবে মুকলি কৰি দিয়া নাই প্ৰস্ৰাৱগাৰ :হাঁহাকাৰ ৰেলযাত্ৰী।Body:Mariani Railway Junction

শত বছৰ গৰকা ৰেল জংচনত ৰেল বিভাগৰ তুগলকী কাণ্ড : নিৰ্মান সম্পূৰ্ণ হোৱাৰ ৬মাহৰ পাছতো যাত্ৰীৰ বাবে মুকলি কৰি দিয়া নাই প্ৰস্ৰাৱগাৰ :হাঁহাকাৰ ৰেলযাত্ৰী।

শতবছৰ গৰকা মৰিয়নীৰ ৰেলৱে জংচনত ৰেল বিভাগৰ কাণ্ডজ্ঞানহীনতাই ৰাইজৰ চকু কপালত তুলিছে। উজনি অসমলৈ অহা যোৱা কৰা প্ৰত্যেকখন সৰু বৰ ৰেল এই জংচন ৰোৱাৰ ফলত দিনে নিশাই এই জংচনত যাত্ৰীৰ ভিৰ দেখিবলৈ পোৱা যায়। কিন্তু যাত্ৰী সকলৰ সুবিধাৰ্থে এই জংচন থকা একমাত্ৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো আজিৰ পৰা প্ৰায় সাত মাহ পূৰ্বে ৰেলৱে মহাপ্ৰবন্ধক অহাৰ আছিলা লৈ নতুনকৈ বনাবলৈ ভাঙি পেলোৱা হল। অতি ক্ষিপ্ৰতাৰে ৰেল বিভাগে প্ৰায় এমাহৰ ভিতৰতে প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো নিৰ্মান সম্পূৰ্ণ কৰি তোলে যদিও ৰেলৱে মহাপ্ৰবন্ধক মৰিয়নীলৈ অহাৰ পাছতে যাত্ৰীৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লয় ৰেলবিভাগে। বিগত ছমাহ ধৰি মহাপ্ৰবন্ধক গৰাকী মৰিয়নীলৈ অহাৰ সময়সূচী সলনি হৈ বৰ্তমান সময়লৈকে মহাপ্ৰবন্ধক গৰাকী নহাত যাত্ৰী সকলৰ বাবে এই প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো মুকলি কৰি দিয়া নাই। ফলত দূৰ দূৰণিৰ যাত্ৰী সকল বিৰাট অসুবিধাৰ সন্মুখীন হৈছে।
এই সন্দৰ্ভত যাত্ৰী সকলে নিজৰ ক্ষোভ উজাৰি এইদৰে জনাই।
Bite :- যাত্ৰী দুজন

Ranjit Borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.