ETV Bharat / state

ৰিহণ দৈমাৰীক "মহান মন্ত্ৰী" আখ্যা ৰূপজ্যোতি কুর্মীৰ - water_project_inogration

সম্পূৰ্ণ বিজ্ঞান সন্মতভাৱে পানী পৰিশোধন কৰা প্ৰযুক্তি অসমৰ ভিতৰে প্ৰথমবাৰৰ বাবে মৰিয়নী স্থাপন কৰাৰ বাবে ৰিহণ দৈমাৰীক "মহান মন্ত্ৰী" আখ্যা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ । মৰিয়নীৰ লাহিং আৰু সোণোৱাল চাহ বাগিচাত প্ৰায় ৭২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ‘ব এই আঁচনি ৷

morioni-water-project-inogration
ৰিহণ দৈমাৰীক কিয় "মহান মন্ত্ৰী" আখ্যা দিলে ৰূপজ্যোতি কুর্মীয়ে ?
author img

By

Published : Jan 11, 2021, 4:45 PM IST

Updated : Jan 11, 2021, 5:14 PM IST

যোৰহাট, 11 জানুৱাৰী : যোৰহাট জিলাৰ মৰিয়নিত সোমবাৰে উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী ৷ মৰিয়নিত উপস্থিত হৈ মন্ত্ৰী দৈমাৰীয়ে দুটাকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ অধীনত মৰিয়নীৰ লাহিং আৰু সোণোৱাল চাহ বাগিচাত প্ৰায় ৭২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই দুয়োটা পাইপ পানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম তিনি মাহৰ ভিতৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।

ৰিহণ দৈমাৰীক কিয় "মহান মন্ত্ৰী" আখ্যা দিলে ৰূপজ্যোতি কুর্মীয়ে ?

আনহাতে সম্পূৰ্ণ বিজ্ঞানসন্মত ভাৱে পানী পৰিশোধন কৰা এনে প্ৰযুক্তি অসমৰ ভিতৰে প্ৰথমবাৰৰ বাবে মৰিয়নি স্থাপন কৰাৰ বাবে ৰিহণ দৈমাৰীক "মহান মন্ত্ৰী" আখ্যা দিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে।

লগতে পঢ়ক: গোৱালপাৰাত গুলিচালনাৰ ঘটনা : আহত 6 গৰাকী

Last Updated : Jan 11, 2021, 5:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.