মৰিয়নী, 7 নৱেম্বৰঃ বৃহস্পতিবাৰে পুৱা মৰিয়নীৰ চেলেং চাহ বাগিছাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । উল্লেখ্য যে পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোৱে কিছুদিনৰ পৰা অঞ্চলটোৰ বহুতো পশুধন হত্যা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । অৱশেষত মৰিয়নী বনবিভাগৰ ফালৰ পৰা স্থাপন কৰা পিঞ্জৰাত বন্দী হয় নাহৰফুটুকীটো ।
![moriani](https://etvbharatimages.akamaized.net/etvbharat/prod-images/marianileopardcapture_07112019113755_0711f_1573106875_993.jpg)
লগতে পঢ়কঃ শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন