ETV Bharat / state

মৰিয়নীত তপন গগৈৰ নিৰ্বাচনী সভা

সোমবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত প্ৰায় 12 খনকৈ নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগতে মৰিয়নীৰ প্ৰাক্তন বিধায়ক লোক কুমাৰ ঘোষে

author img

By

Published : Apr 2, 2019, 2:49 AM IST

মৰিয়নীত নিৰ্বাচনী সভা তপন গগৈৰ

যোৰহাট, 1 এপ্ৰিলঃ মৰিয়নীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৷ একেদিনাই 12 খনতকৈ অধিক নিৰ্বাচনী সভাত অংশ তপন গগৈৰ ৷ নিৰ্বাচনী ভাষণত চৰকাৰী আঁচনিৰ বিস্তৃত বিৱৰণীৰে ভোটভিক্ষা কৰিলে তপন গগৈয়ে । সোমবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত প্ৰায় 12 খনকৈ নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগতে মৰিয়নীৰ প্ৰাক্তন বিধায়ক লোক কুমাৰ ঘোষে ৷ আনহাতে নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি নেতৃত্বাধীন চৰকাৰে আগবঢ়োৱা চৰকাৰী আঁচনি সমূহ বিশেকৈ চাহ বাগিচাৰ শ্ৰমিকৰ লাইনৰ পথ নিৰ্মাণৰ বাবে 1 কোটি, মহিলা সৱলীকৰণ, ধন জন আঁচনিৰ দ্বাৰা যুৱক যুৱতী সকলক সকাহ , স্বয়ম আঁচনি , বৃদ্ধ পেঞ্চন আদি আঁচনি সমূহৰ গুণ বখানে প্ৰাৰ্থী গৰাকীয়ে ৷

তপন গগৈৰ নিৰ্বাচনী সভা

Intro:মৰিয়নীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ : একেদিনাই ১২ খনতকৈ নিৰ্বাচনী সভাত অংশ তপন গগৈৰ নিৰ্বাচনী ভাষণত চৰকাৰী আঁচনিৰ বিস্তৃত বিৱৰনিৰে ভোট ভিক্ষা।Body:Mariani BJP Candidate Campaign

মৰিয়নীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ : একেদিনাই ১২ খনতকৈ নিৰ্বাচনী সভাত অংশ তপন গগৈৰ নিৰ্বাচনী ভাষণত চৰকাৰী আঁচনিৰ বিস্তৃত বিৱৰনিৰে ভোট ভিক্ষা।

মৰিয়নীত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। কি বিজেপি কি কংগ্ৰেছ সকলো প্ৰাৰ্থীয়ে সমষ্টিত নিজ নিজ দলৰ ভাল কামৰ খতিয়ান দাঙি ধৰাৰ লগতে ভোট দিবলৈ কাতৰ অনুৰোধ জনায়। আজি পুৱাৰে পৰা নিশা পয্যন্ত প্ৰায় ১২ খনকৈ নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে। তেওঁৰ লগত বিজেপি বহুকেইজন নেতাৰ লগতে মৰিয়নীৰ প্ৰাক্তন বিধায়ক আলোক কুমাৰ ঘোষে সংগ দিয়ে। মৰিয়নী সাধু কুটিৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লোৱাৰ পাছত কাষতে অৱস্থিত মন্দিৰত ভগৱানৰ আশীষ লয়।তপন গগৈয়ে ভাষণ প্ৰসংগত ৰাইজক বিজেপি নেতৃত্বাধীন চৰকাৰে আগবঢ়োৱা চৰকাৰী আঁচনি সমূহ বিশেকৈ চাহ বাগিচাৰ শ্ৰমিকৰ লাইনৰ পথ নিৰ্মাণৰ বাবে 1 কোটিকৈ টকাকৈ, মহিলা সৱলীকৰণ, ধনজন আঁচনিৰ দ্বাৰা যুৱক যুৱতী সকলক সকাহ , স্বয়ম আঁচনি , বৃদ্ধ পেঞ্চন আদি আঁচনি সমূহৰ গুণ বাখনে। অন্যহাতে কংগ্ৰেছৰ দিনৰ দালালি নাইকিয়া কৰি দালাল শ্ৰেণী উঠাই দিয়া হল বুলি ভাষণ প্ৰসংগত জনাই। ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো অঞ্চলত উন্নয়ন কৰাৰ ক্ষেত্ৰত আপোচ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে অহা 11 তাৰিখে ৰাইজক পদুম ফুলৰ চিহ্নত ভোট দিবলৈ অনুৰোধ জনাই। এই সন্দৰ্ভত তপন গগৈৰ মন্তব্য এনেদৰে।

Bite :- Tapan Gogoi
Ranjit Borah
Mariani

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.