যোৰহাট, 4 এপ্ৰিলঃ কৰ'ণাৰ আতংকত এতিয়া লোকচানৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। পুতৌ লগা অৱস্থা হৈছে ৰাজ্যৰ ঔদ্যোগিসকলৰ ৷ বিগত ১১ টা দিনত যোৰহাটৰ ঐতিহাসিক চিনামৰা চাহ বাগিচাৰ লোকচান হৈছে প্ৰায় ৫৪ হাজাৰ কেজি কেচা পাত ৷ চাহ গছত পাতবোৰ চিঙিব নোৱাৰা বাবেই বুঢ়া হৈ বিগত দিনত ৫৪ হাজাৰ কেজি কেচা পাত ৷ ২০১৯ বৰ্ষৰ মাৰ্চ মাহত ৭৪ হাজাৰ কেজি চাহ পাত উৎপাদন হৈছিল চিনামৰা চাহ বাগিচাত কিন্তু চলিত বৰ্ষৰ মাৰ্চ মাহত কৰ'ণা আতংকৰ ফলত চাহ উদ্যোগত ব্যাপক লোকচানৰ সন্মুখীন হব লগা হৈছে বুলি জানিবলৈ দিয়ে চিনামৰা চাহ বাগানৰ উদ্যোক্তাগৰাকীয়ে ৷
লকডাউনৰ ফলত ১২ লাখ টকাৰ লোকচানৰ সন্মুখীন চিনামৰা চাহ বাগান
২০১৯ বৰ্ষৰ মাৰ্চ মাহত ৭৪ হাজাৰ কেজি চাহ পাত উৎপাদন হৈছিল চিনামৰা চাহ বাগিচাত ৷