ETV Bharat / state

সিংহ যুৱক ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন

author img

By

Published : Jan 20, 2020, 7:54 PM IST

টীয়কৰ ভগামুখত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ স্বামী অৰ্থাৎ এসময়ৰ অসম চৰকাৰ বিভাগীয় মন্ত্ৰী ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন ৷

টীয়ক
টীয়কত ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন

টীয়ক, 20 জানুৱাৰীঃ টীয়কৰ ভগামুখত সিংহ যুৱক ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন ৷ ১৯৯০ চনৰ আজিৰ দিনটোতেই পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৷ এসময়ৰ অসম চৰকাৰ বিভাগীয় মন্ত্ৰীৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা ৰাজখোৱাৰ সহৰ্ধমীনি তথা বৰ্তমানৰ টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই স্বামীৰ ৩০ সংখ্যক মৃত্যু তিথি পালন কৰে ৷ সোমবাৰে দলীয় ভালেসংখ্যক বিষয়ববীয়া তথা অঞ্চলৰ ৰাইজৰ সহিতে টীয়কৰ ভগামুখস্থিত সমাধিস্থলিত উপস্থিত হৈ তেওঁৰ মূৰ্তিত মাল্য অৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এক স্মৃতিচাৰণ সভা অনুস্থিত কৰে ৷

টীয়কত ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন

উল্লেখ্য যে, আপোচবিহীন কণ্ঠ, সাহসী প্ৰতিভা ৰাজখোৱাৰ দৰে বিশাল হৃদয়ৰ গৰাকী সেই সময়তো বিৰল আছিল । নিৱনুৱাক সংস্থাপন আৰু সামগ্ৰীক উন্নয়নক ব্ৰত হিচাপে লৈ অতি কমদিনৰ ভিতৰতে টীয়কত জিলিকি থকা ৯০% স্মাৰক গঢ় দিছিল ৷

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Intro:Body:টীয়কৰ ভগামুখত সিংহ যুৱক ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন
TEOK :১৯৯০ চনৰ আজিৰ দিনটোতেই সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তাৰ লগেলগেই কেৱল টীয়কৰে নহয় অসমৰ এক আপোচবিহীন কণ্ঠ ,কৰ্ম্ম নিদৰ্শনাৰ প্ৰতিচ্ছবি, সাহসী প্ৰতিভা হেৰাই গ'ল।ৰাইজৰ মনৰ সুখ দুখ অনুভৱ কৰিব পৰা ৰাজখোৱাৰ দৰে বিশাল হৃদয়ৰ গৰাকী সেই সময়তো বিৰল আছিল । নিৱনুৱাক সংস্থাপন আৰু সামগ্ৰীক উন্নয়নক ব্ৰত হিচাপে লৈ অতি কমদিনৰ ভিতৰতে টীয়কত জিলিকি থকা ৯০% স্মাৰক তেওঁৱেই গঢ় দিছিল, তেওঁৰ অবৰ্তমানত বহুত আজিও আধৰুৱা হৈ থাকিলেও তেওঁৰ স্মৃতি সোঁৱৰাই আছে। আজিও তেওঁ জনপ্ৰতিনিধিৰ আদৰ্শ স্বৰূপ।এসময়ৰ অসম চৰকাৰ বিভাগীয় মন্ত্ৰীৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা ৰাজখোৱাৰ সহৰ্ধমীনি তথা বৰ্তমানৰ টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই তেওঁৰ স্বামীৰ ৩০ সংখ্যক মৃত্যুৰ তিথিৰ দিনা দলীয় ভালেসংখ্যক বিষয়ববীয়া তথা অঞ্চলৰ ৰাইজৰ সহিতে টীয়কৰ ভগামুখস্হিত সমাধিস্থলিত উপস্থিত হৈ তেওঁৰ মূৰ্ত্তিত মাল্য অৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এক স্মৃতিসচাৰণ সভা অনুস্থিত কৰে আৰু উপস্থিত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে।Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.