ETV Bharat / state

যোৰহাটত বোকা ভাওনাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন - সকাই সঙীয়া

বৃদ্ধ বয়সত সন্তানৰ মুখ দেখা নন্দ ৰজাই প্ৰজাৰ সৈতে কৃষ্ণ জন্ম হোৱাৰ আনন্দত বোকা খেলি আনন্দ কৰিছিল । তেতিয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত এই বোকা যাত্ৰা ভাওনা ৰূপত উৎযাপন কৰি অহা হৈছে ৷

যোৰহাটত বোকা ভাওনাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন
author img

By

Published : Aug 24, 2019, 10:04 PM IST

যোৰহাট, 24 আগষ্টঃ যোৰহাটৰ সকাই সঙীয়াত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন । বোকা ভাওনা মুহিলে শতাধিক ৰাইজক ৷ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পালন বোকা যাত্ৰা ভাওনা তথা নন্দোৎসৱ ।
কথিত আছে যে, বৃদ্ধ বয়সত সন্তানৰ মুখ দেখা নন্দ ৰজাই প্ৰজাৰ সৈতে কৃষ্ণ জন্ম হোৱাৰ আনন্দত বোকা খেলি আনন্দ কৰিছিল । তেতিয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত এই বোকা যাত্ৰা ভাওনা ৰূপত পালন কৰি অহা হৈছে ।

উল্লেখযোগ্য যে, প্ৰায় শতবৰ্ষ অতিক্ৰম কৰা এই বোকা ভাওনা অনুষ্ঠান এতিয়া কেৱল যোৰহাটতে নহয় সমগ্ৰ ৰাজ্যত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি নিশাৰ ভাগত কণ কণ শিশুৰ দ্বাৰা শ্ৰীকৃষ্ণৰ জন্ম লীলা আৰু পুতনাৰ মুক্তি লাভ ভাওনা প্ৰদৰ্শন ওপৰিও দ্বিতীয় দিনা নন্দোৎসৱ তথা বোকা যাত্ৰা নাট প্ৰদৰ্শন কৰে গাঁওবাসীয়ে ।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

যোৰহাটৰ সকাই সঙীয়া দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন।।বোকা ভাওনা মুহিলে শতাধিক ৰাইজক।।

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পালন বোকা যাত্ৰা ভাওনা তথা নন্দোৎসৱ।
কথিত আছে যে বৃদ্ধ বয়সত সন্তানৰ মুখ দেখা নন্দ ৰজাই প্ৰজাৰ সৈতে কৃষ্ণ জন্ম হোৱাৰ আনন্দত বোকা খেলি আনন্দ কৰিছিল।তেতিয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত এই বোকা যাত্ৰা ভাওনা ৰূপত পালন কৰি অহা হৈছে।

বিগত বৰ্ষ সমুহৰ দৰে এইবৰ্ষও যোৰহাটৰ সকাই সঙীয়া গাৱত শ্ৰীকৃষ্ণৰ জন্মোৎসব আৰু নন্দো উৎসৱ পালন কৰা হয়।উল্লেখযোগ্য যে প্ৰায় শতবৰ্ষ অতিক্ৰম কৰা এই বোকা ভাওনা অনুষ্ঠান এতিয়া একল যোৰহাটতে নহয় সমগ্র ৰাজ্যত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমুহৰ দৰে এইবাৰো দুদিনীয়া কায্যসুচিৰে পালন কৰে নন্দোৎসৱ তথা বোকা ভাওনা।।প্ৰথম দিনাৰ কায্যসুচি অনুসৰি নিশাৰ ভাগত কন কন শিশুৰ দ্বাৰা শ্ৰীকৃষ্ণৰ জন্ম লিলা আৰু পুতনাৰ মুক্তি লাভ ভাওনা প্ৰদৰ্শন ওপৰিও দ্বিতীয় দিনা নন্দোৎসৱ তথা বোকা যাত্ৰা নাট প্ৰদৰ্শন কৰে গাও বাসিয়ে।উল্লেখযোগ্য যে এই বোকা যাত্ৰা নাট প্ৰদৰ্শন যোৰহাটৰ সকাই সঙীয়া লগতে অসমৰ কোনো কোনো জিলাতহে প্ৰদৰ্শন হয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.