ETV Bharat / state

যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - jorhat

যোৱা 25 জুলাইত মাধপুৰত এটা 14 বছৰীয়া কিশোৰে "আৰ্শীবাদ মটৰ ৱৰ্কশ্বপ" নামৰ এটা গেৰেজত যৌন নিৰ্যাতন চলাইছিল এগৰাকী 4 বছৰীয়া নাবালিকাক ৷ ধৰ্ষণ কাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল অভিযুক্ত কিশোৰটোৱে ৷

যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : Jul 31, 2019, 7:07 PM IST

  • ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷
  • যোৱা 25 জুলাইত মাধপুৰত এটা 14 বছৰীয়া কিশোৰে "আৰ্শীবাদ মটৰ ওৱৰ্ক শ্বপ" নামৰ এটা গেৰেজত যৌন নিৰ্যাতন চলাইছিল এগৰাকী 4 বছৰীয়া নাবালিকাক ৷
  • ধৰ্ষণ কাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল অভিযুক্ত কিশোৰটো ৷
  • ঘটনাৰ এসপ্তাহ পাচতো মাধপুৰ আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাত স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ন আলিৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
  • এনে কাণ্ডক ধিক্কাৰ দিয়াৰ লগতে 15 দিনৰ ভিতৰত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰিলে মাধপুৰ আৰক্ষীচকী অচল কৰি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

Intro:যোৱা 25 জুলাই তাৰিখে এজনী নাবালিকা ধৰ্ষণ কৰি পলায় কৰিছিল ।১৪ বছৰীয়া বছৰীয়া এটা কিশোৰ দ্বাৰা শাৰীৰিক নিযাতনৰ বলি হৈছিল এটা ৪ বছৰীয়া কণমানি । ঘটনা সংঘটিত কৰি লম্পটো পলায় কৰিছিল স্থানীয় আদৰ্শীবাদ মটৰ বৰ্ক শ্বপত নাম এটা গেৰেজত । আজি ঘটনা সংঘটিত হোৱা এক সপ্তাহত ৰ পাছতো মাধপুৰ আৰক্ষীয়ে ধৰ্ষণ কাৰীক গ্ৰেপ্তাৰ নকৰাৰ ত আজি মাধপুৰত স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ন আলিৰ পথ অৱৰোধ কৰে।Body:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই মাধপুৰ আৰক্ষী বিষয়া এনে কাণ্ডক ধিক্কাৰ দি 15 দিনৰ ভিতৰত ধৰ্ষণ কাৰীক গ্ৰেপ্তাৰ নকৰিলে মাধপুৰ
আৰক্ষী চকী অচল কৰি তোলা হব আৰু বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হব। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.