টীয়ক, 6 জুলাইঃ "মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী হতাশগ্ৰস্থ হৈ বিজেপিলৈ আহিব বিচাৰিছে ৷ বিজেপিৰ কৰ্মীয়ে নিবিচাৰে কুৰ্মীক ৷" শনিবাৰে এনেদৰে মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ লগতে কয়,কংগ্ৰেছ দলৰ এইয়া হতাশগ্ৰস্ততা,এটা সময়ত অশ্লীল গালি-গালাজ পাৰি থকা ব্যক্তিও বিজেপি দলটোৰ প্ৰতি আকৃষ্ট হৈছে ৷ ৰূপজ্যোতি কুৰ্মী আগমন সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷ তাৰোপৰি মন্ত্ৰিত্বৰ চৰ্তও অৰ্থহীন বুলি উল্লেখ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ ভিন্ন সময়ত বিজেপি দলটোক গালি গালাজ পাৰি থকা কংগ্ৰেছী বিধায়কগৰাকী মতিভ্ৰম আৰু অহংকাৰী হোৱা বাবে তেনে আচৰণ কৰিছিল আৰু ভগৱানে এতিয়া তেওঁক সুমতি দিয়ক বুলি মন্তব্য কৰে ৷
ভগৱানে ৰূপজ্যোতিক সুমতি দিয়কঃ কামাখ্যা প্ৰসাদ তাছা - assam news
কংগ্ৰেছ দলৰ এইয়া হতাশগ্ৰস্ততা,এটা সময়ত অশ্লীল গালি-গালাজ পাৰি থকা ব্যক্তিও বিজেপি দলটোৰ প্ৰতি আকৃষ্ট হৈছে ৷ ৰূপজ্যোতি কুৰ্মী আগমন সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷
টীয়ক, 6 জুলাইঃ "মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী হতাশগ্ৰস্থ হৈ বিজেপিলৈ আহিব বিচাৰিছে ৷ বিজেপিৰ কৰ্মীয়ে নিবিচাৰে কুৰ্মীক ৷" শনিবাৰে এনেদৰে মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ লগতে কয়,কংগ্ৰেছ দলৰ এইয়া হতাশগ্ৰস্ততা,এটা সময়ত অশ্লীল গালি-গালাজ পাৰি থকা ব্যক্তিও বিজেপি দলটোৰ প্ৰতি আকৃষ্ট হৈছে ৷ ৰূপজ্যোতি কুৰ্মী আগমন সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷ তাৰোপৰি মন্ত্ৰিত্বৰ চৰ্তও অৰ্থহীন বুলি উল্লেখ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ ভিন্ন সময়ত বিজেপি দলটোক গালি গালাজ পাৰি থকা কংগ্ৰেছী বিধায়কগৰাকী মতিভ্ৰম আৰু অহংকাৰী হোৱা বাবে তেনে আচৰণ কৰিছিল আৰু ভগৱানে এতিয়া তেওঁক সুমতি দিয়ক বুলি মন্তব্য কৰে ৷
KL Rahul Century against SL in ICC WC19
Conclusion: