ETV Bharat / state

জুবিনৰ আৰোগ্যৰ বাবে প্ৰতিদিনে প্ৰাৰ্থনা যোৰহাটৰ জানমণি বৰাৰ

author img

By

Published : Mar 6, 2020, 5:09 AM IST

যোৰহাটৰ এগৰাকী পদপথৰ ব্যৱসায়ীয়ে নিৰৱচিন্নভাৱে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি প্ৰতিদিনে জনাই আহিছে প্ৰাৰ্থনা ৷ যোৰহাটৰ বহতীয়া গাঁৱৰ জানমণি বৰা নামৰ মহিলাগৰাকীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পদপথত পান তামোলৰ দোকান দি পেট প্ৰৱৰ্তাই আহিছে ৷

Jorhat woman prays for Zubben good health
জুবিনৰ আৰোগ্যৰ বাবে প্ৰতিদিনে প্ৰাৰ্থনা যোৰহাটৰ জানমণি বৰাৰ

যোৰহাট,5 মাৰ্চঃ জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ শিৰে শিৰে সোমাই আছে ৷ সেয়েহে জুবিন অসুস্থ হৈ পৰাৰ লগে লগে প্ৰতিজন অসমীয়াই জুবিনৰ আশু-আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছে ৷ এনে এক ব্যতিক্ৰমী দৃশ্য দেখা গ’ল যোৰহাটত ৷ যোৰহাটৰ এগৰাকী পদপথৰ ব্যৱসায়ীয়ে নিৰৱচিন্নভাৱে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি প্ৰতিদিনে জনাই আহিছে প্ৰাৰ্থনা ৷ যোৰহাটৰ বহতীয়া গাঁৱৰ জানমণি বৰা নামৰ মহিলাগৰাকীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পদপথত পান তামোলৰ দোকান দি পেট প্ৰৱৰ্তাই আহিছে ৷ কিন্তু জুবিনৰ অনুৰাগী মহিলাগৰাকীয়ে জুবিন অসুস্থ হোৱাৰ দিনটোৰ পৰাই ভগৱানৰ ওচৰত জনাই আহিছে প্ৰাৰ্থনা ৷ আনহাতে, অসমৰ আন এক প্ৰতিবাদী সত্তা অখিল গগৈৰ আশু আৰোগ্য কামনা কৰিও প্ৰাৰ্থনা কৰে জানমণি বৰাই ৷

লগতে পঢ়ক-গৌৰৱ গগৈৰ সৈতে 7 জন সাংসদক লোকসভাৰ পৰা নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.