ETV Bharat / state

টীয়কৰ জাঁজীমুখত প্লাৱিত ৩০ খনতকৈ অধিক গাঁও

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ অৱনতিৰ দিশে ৷ টীয়কৰ জাঁজীমুখৰ বিভিন্ন স্থানত জটিল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ বানে,প্লাৱিত হৈছে ন ন অঞ্চল ৷

author img

By

Published : Jun 29, 2020, 8:57 AM IST

Updated : Jun 29, 2020, 9:10 AM IST

টীয়কৰ জাঁজীমুখত প্লাৱিত ৩০ খনতকৈ অধিক গাঁও
টীয়কৰ জাঁজীমুখত প্লাৱিত ৩০ খনতকৈ অধিক গাঁও

টীয়ক, 29 জুনঃ টীয়কৰ জাঁজীমুখত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী । যোৱা কেইবাদিনো ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফণ্ডি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু । প্লাৱিত হৈছে বৃহত্তৰ জাঁজীমুখৰ ন ন অঞ্চল । ইতিমধ্যে বানত বুৰ গৈছে শ শ বিঘা বাও ধানৰ খেতি,প্ৰায় ৩০ খনতকৈ অধিক গাঁও জলমগ্ন হৈ পৰিছে।

উল্লেখযোগ্য যে লক ডাউনৰ ফলত প্ৰায় সৰ্বোচ্চ হেৰুওৱা কৃষিজীৱী ৰাইজ এতিয়া চিন্তিত,চৰকাৰে বাহিৰৰ পৰা অহা শ্ৰমিকসকলৰ বাবে জব কাৰ্ডৰ ব্যৱস্থা কৰিব বুলি কৈছিল যদিও এনেকৈ পানীৰ তলত থাকিলে কাম কৰাটো অসুবিধা হ'ব। সেয়ে খাদ্য সংকটত পৰাৰ আশংকা কৰিছে ৰাইজে।

JORHAT TEOK JAJIMUKH FLOOD UPDATE

লগতে চাওকঃ অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ আহ্বান

Last Updated : Jun 29, 2020, 9:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.